ETV Bharat / state

গোলাঘাটত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Mar 20, 2020, 7:22 PM IST

বুধবাৰে নিশা গোলাঘাটৰ নুমলীগড়ত বৃহৎ পৰিমাণৰ অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে নুমলীগড়ৰ খণ্ড বন বিষয়াই ৷ অৰুণাচলৰ পৰা নামনি অসমলৈ নিয়াৰ পথত জব্দ বৃহৎপৰিমাণৰ অবৈধ কাঠভৰ্তি ট্ৰাকখন ৷ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনসহ দুজনকো আটক কৰে বন বিষয়াই ৷

গোলাঘাটত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ
গোলাঘাটত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ

গোলাঘাট, 20 মাৰ্চঃ ৰাজ্যত অব্যাহত আছে অবৈধ কাঠৰ চোৰাং বেহা ৷ বুধবাৰে নিশা গোলাঘাটৰ নুমলীগড়ত বৃহৎ পৰিমাণৰ অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ ৷ নুমলীগড়ৰ খণ্ড বন বিষয়াই অৰুণাচলৰ পৰা নামনি অসমলৈ নিয়াৰ পথত জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ কাঠভৰ্তি ট্ৰাকখন ৷ লগতে তিনিচুকীয়াৰ ৰাজেশ ৰায় নামৰ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনসহ দুজনক আটক কৰে বন বিষয়াই। জানিব পৰা মতে,আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি দীর্ঘদিন ধৰি বন মাফিয়াই চলাই আছে অৰুণাচলী অবৈধ কাঠৰ বৃহৎ ক'লা বেহা। অবৈধ কাঠ ভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-01ED-9706

লগতে পঢ়কঃ অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.