গোলাঘাট, 14 ফেব্ৰুৱাৰীঃ গোলাঘাটত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ | উল্লেখ্য যে,বিধায়ক আমিনুল ইছলামে টাই আহোম সকলক অসমৰ খিলঞ্জীয়া নহয় বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ প্ৰতিবাদতে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে ৷ আনহাতে,ভৱিষ্যতে এনে ধৰণৰ মন্তব্য নকৰিবলৈ বিধায়কগৰাকীক সকিয়নী প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক-অসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ : ৰামেশ্বৰ তেলী