ETV Bharat / state

মমিনুল আৱালৰ বিৰুদ্ধে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বিজেপিৰ জ্যেষ্ঠ নেতা মমিনুল আৱালৰ বিৰুদ্ধে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বাবে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ

author img

By

Published : Sep 14, 2019, 6:30 PM IST

মমিনুল আৱালৰ বিৰুদ্ধে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট,14 চেপ্তেম্বৰঃ বিজেপিৰ জ্যেষ্ঠ নেতা মমিনুল আৱালৰ বিৰুদ্ধে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বাবে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ ৷ মমিনুল আৱাল মুৰ্দাবাদ,মমিনুল আৱাল গ’বেক , বিজেপি গ’বেক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ ৷ অনাগত দিনসমূহতো মমিনুল আৱাল আৰু বিজেপি চৰকাৰক এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়নী ছাত্ৰসন্থাৰ কৰ্মীসকলৰ ৷

Intro:গোলাঘাট জিলা ছাত্র সন্থাৰ প্ৰতিবাদ । বিজেপিৰ জেষ্ঠ নেতা মমিনুল আবালৰ প্ৰতিকৃতি চোচৰাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ l বিজেপি সংখ্যালঘু কোষৰ অধ্যক্ষ মমিনুল আবালৰ প্ৰতিকৃতি চোচৰাই প্ৰতিবাদ । মমিনুল আৱাল মুৰ্দাবাদ , দালালি , ঘোচখোৰ , মমিনুল আবাল গ বেক , বিজেপি গ বেক আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ l উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈৰ বিৰুদ্ধে কৰা মন্তব্যক প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচীl প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰি কয় যে মমিনুল আৱাল আৰু বিজেপি চৰকাৰ এনে বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকক অন্যথা কঠোৰ প্ৰত্যাহ্বানৰ বাবে সাজু থাকক lBody:Byte 1 : প্ৰতিবাদকাৰী Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.