ETV Bharat / state

গোলাঘাটত বক্সিং চেম্পিয়নচিপ প্ৰতিযোগিতা

গোলাঘাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমৰ লগতে কাষৰীয়া ছিকিম, ৱেষ্ট বেংগল, মেঘালয়ৰ মুঠ ১০৪ গৰাকী প্ৰতিযোগীয়ে ।

VGE
author img

By

Published : Mar 14, 2019, 5:48 PM IST

গোলাঘাট, ১৪ মাৰ্চ: বৃহস্পতিবাৰে গোলাঘাটত২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাখনক লৈ এক সংবাদমেল আয়োজন কৰা হয়বক্সিং এমেচাৰ এচ'ছিয়েছনত ।বক্সিং ফেডাৰছন অৱ ইণ্ডিয়াৰ ইষ্ট জ'নৰ ছাৱ জুনিয়ৰ পুৰুষ আৰু মহিলা উভয়ৰে মেচ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাত ।

বক্সিং এমেচাৰ এচ'ছিয়েছনৰ সংবাদমেল

তিনিদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ লগতে কাষৰীয়া ছিকিম, ৱেষ্ট বেংগল, মেঘালয়ৰ মুঠ ১০৪ গৰাকী প্ৰতিযোগীয়ে । প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অতিথি ৰূপে এম .চি মেৰীকম, শিৱ থাপা, লাভলীনা বৰগোঁহাই, অংকুশিতা বড়ো উপস্থিত থাকিব বুলি জানিব দিয়ে আয়োজকে ৷

Intro:গোলাঘাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতা। বক্সিং ফেডাৰছন অৱ ইণ্ডিয়াৰ ইষ্ট জ'নৰ ছাৱ জুনিয়ৰ পুৰুষ আৰু মহিলা উভয়ৰে ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে অনুষ্ঠিত হব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনক লৈ এক সংবামেল আয়োজন কৰে গোলাঘাট জিলা বক্সিং এমেচাৰ এচ'ছিয়েছনে ।

Body:তিনিদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ লগতে অসমৰ কাষৰীয়া ছিকিম, ৱেষ্ট বেংগল, মেঘালয়ৰ মুঠ ১০৪ গৰাকী প্ৰতিযোগী। প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অতিথি ৰূপে এম .চি মেৰীকম, শিৱ থাপা, লাভলীনা বৰগোঁহাই, অংকুচিতা বড়ো উপস্থিত থাকিব বুলি জানিব দিয়ে আয়োজকে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.