ETV Bharat / state

চাৰি যুৱকৰ পদ যাত্ৰাৰে আৰু প্ৰতিবাদ ! - অখিল গগৈ

গোলাঘাট নুমলীগড়ৰ বাবাথানৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰলৈ পদ যাত্ৰা চাৰি যুৱকৰ । তিনিমাহ পৰ্যন্ত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত এই অভিনৱ প্ৰতিবাদ চাৰি যুৱকৰ ৷

চাৰি যুৱকৰ পদ যাত্ৰা আৰু প্ৰতিবাদ
চাৰি যুৱকৰ পদ যাত্ৰা আৰু প্ৰতিবাদ
author img

By

Published : Mar 10, 2020, 2:40 AM IST

Updated : Mar 10, 2020, 8:08 AM IST

গোলাঘাট, 10 মাৰ্চ: চৰ্চালৈ আহিছে গোলাঘাট নুমলীগড়ৰ চাৰিজন অসমীয়া যুৱক ৷ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত চাৰি যুৱকৰ ৷ গোলাঘাট নুমলীগড়ৰ বাবাথানৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ পদ যাত্ৰা চাৰিজনীয়া যুৱকৰ দলটোৰ ৷

চাৰি যুৱকৰ অভিনৱ প্ৰতিবাদ !

প্ৰায় তিনিমাহ পৰ্যন্ত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈকে পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে নুমলীগড়ৰ চাৰি যুৱকে । যুৱক কেইজনে প্ৰথমে নুমলীগড়ৰ ঐতিহাসিক বাবাথানত সেৱা জনাই বাবাথানৰ পৰাই আৰম্ভ কৰিছে এই পদ যাত্ৰা । যুৱক কেইজন হৈছে ক্ৰমে পিন্টু গগৈ,হিৰকজ্যোতি শইকীয়া,প্ৰাঞ্জল বৰা আৰু যতীন ফুকন । ইফালে যুৱক কেইজনে অতি শীঘ্ৰেই অখিল গগৈক বিনাচৰ্তে মুক্তি কৰি নিদিলে অনাগত সময়ত আৰু অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলিও হুংকাৰ প্ৰদান কৰিছে ।

লগতে চাওক- মধ্যপ্ৰদেশত ৰাজনৈতিক খহনীয়া, কেবিনেটৰ মন্ত্ৰীৰ সমূহীয়া পদত্যাগ

Last Updated : Mar 10, 2020, 8:08 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.