ETV Bharat / state

গোলাঘাটত গাড়ীসহ আটক চাৰি ছাগলী চোৰ!

author img

By

Published : Nov 30, 2019, 7:04 PM IST

শুকুৰবাৰে নিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই AXA-3721 নম্বৰৰ এখন গাড়ীসহ আটক চাৰিজন অভিযুক্ত চোৰ ৷ পূৰ্বতেও লোক কেইজনৰ বিৰুদ্ধে আছিল বহুকেইটা অভিযোগ ৷

AXA 3721 নম্বৰৰ এখন  গাড়ীসহ আটক অভিযুক্তকেইজন
গোলাঘাটত গাড়ীসহ আটক চাৰি ছাগলী চোৰ!

গোলাঘাট, 30 নৱেম্বৰ: গোলাঘাটৰ কমাৰগাঁও আৰক্ষীয়ে আটক কৰে চাৰিজন অভিযুক্ত ছাগলী চোৰক ৷ যোৱা নিশা 37নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই AXA-3721 নম্বৰৰ এখন গাড়ীসহ আটক কৰে অভিযুক্তকেইজনক ৷

দীর্ঘদিনে ছাগলী চোৰ কৰি  ত্ৰাস সৃষ্টিৰ অভিযোগ
পূৰ্বতেও আছিল বহুকেইটা অভিযোগ

অভিযুক্তকেইজন ক্ৰমে ৰফিকুল ইছলাম,জাকিৰ হুছেইন,ইউচুফ আলি আৰু ৰহমত আলী ৷ ধৃত অভিযুক্তকেইজনৰ গাড়ীৰ পৰা এখন কটাৰী আৰু নগদ প্ৰায় 12 হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি,সমগ্ৰ নুমলীগড়,গোলাঘাট,বোকাখাট,কমাৰগাঁও,মৰঙী আদি অঞ্চলত,দীর্ঘদিনে ছাগলী চোৰ কৰি এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল অভিযুক্তকেইজনে ৷ তদুপৰি পূৰ্বতেও বহু কেইটা অপৰাধমূলক ঘটনাৰ লগত জড়িত থকা বুলিও অভিযোগ উত্থাপন হৈছে ব্যক্তিকেইগৰাকীৰ বিৰুদ্ধে ৷ বৰ্তমান আৰক্ষীয়ে অভিযুক্তকেইজনক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত ৷

গোলাঘাটত আটক চাৰিজন অভিযুক্ত ছাগলী চোৰ

লগতে পঢ়ক: এন আৰ চিৰ নামত ধন সংগ্ৰহ কৰি আটক তিনিজন

Intro:গোলাঘাট কমাৰগাওঁ আৰক্ষীৰ জালত চাৰি গভাইট ছাগলী চুৰ । জব্দ এখন মাৰুটি গাড়ী ।

গোলাঘাট কমাৰগাঁও আৰক্ষীৰ জালত চাৰি ছাগলী চুৰ ।নিশা কমাৰগাঁও আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই AXA 3721 নম্বৰৰ এখন গাড়ী সহ আটক কৰিবলৈ সক্ষম হয় চাৰি টাকৈ ছাগলী চুৰ । চুৰ কেইটাৰ নাম ক্ৰমে ৰফিকুল ইছলাম,জাকিৰ হুছেইন, ইউচুফ আলি,ৰহমত আলি। ধৃত চুৰ কেইটাই গোলাঘাট দিশৰ পৰা কলিয়াবৰ অভিমুখে গৈ থকা অৱস্থাত নুমলীগড় তিনিআলিত খেদি খেদি আটক কৰে । ধৃত চুৰ কেইটাৰ গাড়ীৰ পৰা এখন কটাৰী আৰু নগদ প্ৰায় 12 হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে । দীর্ঘদিনে সমগ্ৰ নুমলীগড়, গোলাঘাট, বোকাখাট, কমাৰগাঁও , মৰঙী আদি অঞ্চলত গাঁওবাসী সকলৰ ছাগলী চুৰ কৰি এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । ইফালে চুৰ কেইটা পূৰ্বতেও বহু কেইটা অপৰাধ মূলক ঘটনাৰ লগত জড়িত আছিল । বৰ্তমান চুৰ কেইটাক বোকাখাট আৰক্ষীয়ে জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত ।Body:Byte 1 : আৰক্ষী Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.