ETV Bharat / state

গোলাঘাটত ডিপু কতৃপক্ষৰ গ্ৰাহকক প্ৰৱঞ্চনা - ডিএন হাজৰিকা তেল ডিপু

চহৰৰ মাজমজিয়াৰ তেল ডিপুটোৰ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে ভুক্তভুগী দেৱজিৎ গগৈয়ে আইনী ব্যৱস্থা ল'ব ৷

author img

By

Published : Apr 7, 2019, 12:50 PM IST

গোলাঘাট, 7 এপ্ৰিলঃ গোলাঘাটৰ ডিএন হাজৰিকা তেল ডিপু কতৃপক্ষৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ কৰাৰ অভিযোগ ৷ দুই লিটাৰ তেলত প্ৰায় ডেৰশ গ্ৰাম কমকৈ বিক্ৰী গ্ৰাহকক ৷

উল্লেখ্য যে, দেৱজিৎ গগৈ নামৰ গ্ৰাহকজনে ডিপুটোত পূৰ্বতে বাইকত তেল ভৰাই সঠিক পৰিমাণৰ তেল নোপোৱাৰ সন্দেহ কৰি এটা বটলত দুই লিটাৰ তেল ভৰোৱাইছিল কিন্তু জোখ-মাখ কৰি প্ৰমাণ হয় যে দুই লিটাৰত প্ৰায় ডেৰশ গ্ৰাম তেল কম হয় ৷ তাৰ পিছতেই তেল ডিপুটোৰ এই প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহে । আৰু পূৰ্বতেও তেল ডিপুটোৱে এনেধৰণে গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ আছিল যদিও নিতৌ শ শ গাড়ী বাইকত গ্ৰাহক সকলে তেল ভৰাই এই ডিপুটোৰ পৰাই ৷ সকলোকে এনেদৰে প্ৰৱঞ্চনাৰে লুটি-পুটি খাই আহিছে লাখ লাখ টকা ৷ ইতিমধ্যে, তেল ডিপুটোৰ বিৰুদ্ধে ভুক্তভুগী দেৱজিৎ গগৈয়ে আইনী ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে ।

গোলাঘাটত ডিপুৰ কতৃপক্ষই গ্ৰাহকক প্ৰৱঞ্চনা

এতিয়া প্ৰশ্ন হয় উক্ত তেল ডিপুটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ’ব, নে এনেকৈ সদায় গ্ৰাহকক প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুটি পুটি খোৱাৰ সুযোগ দি থাকিব গোলাঘাট প্ৰশাসনে ?

Golaghat 07.04.2019
SLUG : GOLAGHAT OIL THEFT IN PETROLEUM DEEPO
A_GLT_807_7APRIL_GOLAGHAT_OIL_THEFT_IN_PETROLEUM_DEPPO_VISUAL_1_DIGANTA_SAHU
A_GLT_808_7APRIL_GOLAGHAT_OIL_THEFT_IN_PETROLEUM_DEPPO_VISUAL_2_DIGANTA_SAHU
A_GLT_809_7APRIL_GOLAGHAT_OIL_THEFT_IN_PETROLEUM_DEPPO_BYTE_1_DIGANTA_SAHU
A_GLT_810_7APRIL_GOLAGHAT_OIL_THEFT_IN_PETROLEUM_DEPPO_BYTE_2_DIGANTA_SAHU
A_GLT_811_7APRIL_GOLAGHAT_OIL_THEFT_IN_PETROLEUM_DEPPO_BYTE_3_DIGANTA_SAHU
O.C. : গোলাঘাটত পুনৰ বাৰ প্ৰমাণিত হ'ল গ্ৰাহকক প্ৰৱঞ্চনা। তেল বিক্ৰীৰ নামত গ্ৰাহকক ৰাম ঠগন তেল ডিপুৰ। দুই লিটাৰ তেলত প্ৰায় ডেৰশ গ্ৰাম কম তেল বিক্ৰী কৰাৰ অভিযোগ গোলাঘাটৰ ডিএন হাজৰিকা তেল ডিপুৰ বিৰুদ্ধে। গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত ডিএন হাজৰিকা তেল ডিপুত প্ৰামাণিত হ'ল গ্ৰাহকক প্ৰৱঞ্চনা কৰি কম তেল দিয়া কাৰ্য।
V.O. : আপুনি ও সাৱধান হবৰ হ'ল। কিয়নো তেল ডিপুয়ে গ্ৰাহকক চুৰ কৰি কম তেল বিক্ৰী কৰা কাৰ্যক নাকি লগাব পৰা নাই প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে। সঘনাই আপুনি দিয়া টকাৰ পৰিমাণত কৈ কম তেল লাভ কৰি অহা ঘটনা আমাৰ মাজত সংঘটিত হৈ আহিছে। এইবাৰ পুনৰবাৰ তেনে এক ঘটনা সংঘটিত হ'ল গোলাঘাট নগৰৰ মাজমজিয়াত। নগৰৰ বাটা পইন্টত অৱস্থিত ডিএন হাজৰিকা নামৰ তেল ডিপুটোৱে দুই লিটাৰ তেলত প্ৰায় ডেৰশ গ্ৰাম কম তেল গ্ৰাহকক বিক্ৰী কৰা কাৰ্য পোহৰলৈ আহিছে। দেৱজিৎ গগৈ নামৰ এজন গ্ৰাহকে এই তেল ডিপুটোত পূৰ্বতে বাইকত তেল ভৰাই শুদ্ধ পৰিমাণৰ তেল নোপোৱাৰ সন্দেহ কৰিছিল। যাৰবাবে এইবাৰ এটা বটলত তেল ভৰোৱাৰ পিছতেই তেল ডিপুটোৰ কু-কায্যৰ কথা পোহৰলৈ আহে। পূৰ্বতেও এই তেল ডিপুটোয়ে এনেধৰণে গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। নগৰৰ মাজমজিয়াত অৱস্থিত তেল ডিপুটোত নিতৌ শশ বাইক গাড়ীয়ে তেল ভৰায়। তেল ডিপুটোৰ বিৰুদ্ধে ভোক্তভুগী দেৱজিৎ গগৈয়ে আইনৰ ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে।
Byte 1: তেল ডিপুৰ কৰ্মচাৰী।
Byte 2: তেল ডিপুৰ কৰ্মচাৰী।
Byte 3: দেৱজিৎ গগৈ, অভিযোগকাৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট Etv Bharat অসম ।

Visual byte send by ftp
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.