ETV Bharat / state

গোলাঘাটত 2500 লিটাৰৰো অধিক চুলাই নষ্ট - গেলাবিল অঞ্চল

সোমবাৰে ধনশিৰি মহকুমাৰ গেলাবিলৰ বিভিন্ন অঞ্চলত গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত বৰপথাৰ আৰক্ষীৰ এটি দলে চুলাই মদকে আদি কৰি চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী নষ্ট কৰে ৷ কিন্তু লক্ষণীয়ভাৱে এই অভিযানত আৱকাৰী বিভাগৰ কোনো বিষয়া উপস্থিত নাছিল ৷

গোলাঘাটত 2500 লিটাৰৰো অধিক চুলাই নষ্ট
author img

By

Published : Mar 26, 2019, 12:23 AM IST

গোলাঘাট, 25মাৰ্চঃ গোলাঘাট আৰু যোৰহাট জিলাত চুলাই পান কৰি ১৫০ জনৰোঅধিক লোক মৃত্যু হোৱাৰ পিছতো আবকাৰী বিভাগৰ গা লৰা নাই ধনশিৰি মহকুমাত ।

সোমবাৰে ধনশিৰি মহকুমাৰ গেলাবিলৰ বিভিন্ন অঞ্চলত গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত বৰপথাৰ আৰক্ষীৰ এটি দলে চুলাই মদকে আদি কৰি চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী নষ্ট কৰে ৷ কিন্তু লক্ষণীয়ভাৱে এই অভিযানত আৱকাৰী বিভাগৰ কোনো বিষয়া উপস্থিত নাছিল ৷

গোলাঘাটত 2500 লিটাৰৰো অধিক চুলাই নষ্ট

সমগ্ৰ মহকুমাটোৰ বিভিন্ন ঠাইত বহু দিনৰ পৰা অবৈধ চুলাই প্ৰস্তুত কৰি অহাৰ সমান্তৰালকৈ গেলাবিল অঞ্চলতো বহু চুলাই ঘাটি কাঠফুলাৰ দৰে গঢ়ি উঠিছিল ৷ সোমবাৰে বৰপথাৰ আৰক্ষীৰ এটি দলে গেলাবিল অঞ্চলৰ দীঘলগাঞ্জা ,নবিল, দৈয়াং পাৰ, ওপৰলাংঠা আদি ঠাইত দুটা বৃহৎ বৃহৎ চুলাই ঘাটি উচ্ছেদ কৰি ২৫০০ লিটাৰৰো অধিক চুলাই নষ্ট কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে বহু দিনৰ পৰা গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ধনশিৰি মহকুমা আৱকাৰী বিভাগক বাৰম্বাৰ চুলাই ঘাটি সমূহৰ বিষয়ে অৱগত কৰিছিল ৷ কিন্ত ইয়াৰ পিছতো আৱকাৰী বিভাগে কোনো পদক্ষেপ নোলোৱাত চুলাই ব্যৱসায়ীৰ লগত আৱকাৰী বিভাগৰলোকে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন কৰিছে গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শশাংক শ্ৰেষ্ঠই ৷ এই বিষয়ত অসম চৰকাৰক উচিত তদন্ত কৰিবৰ বাবেও গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে ৷

Intro:গোলাঘাট আৰু যোৰহাট জিলাত চুলাই সেৱন কৰি ১৫০ ও অধিক লোক মৃত্যু হোৱাৰ পিছতো আবকাৰী বিভাগৰ গা লৰা নাই ধনশিৰি মহকুমাত । আজি ধনশিৰি মহকুমাৰ গেলাবিলৰ বিভিন্ন অঞ্চলত গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত বৰপথাৰ আৰক্ষীৰ এটি দলে চুলাই মদকে আদি কৰি চুলাই প্ৰস্তুত কৰা সামগ্ৰী সমূহ ভাঙি দিয়ে । কিন্তু এই অভিযানত আৱকাৰী বিভাগৰ কোনো বিষয়া উপস্থিত নাছিল ।
Body:সমগ্ৰ মহকুমাটোৰ বিভিন্ন ঠাইত বহু দিনৰ পৰা অবৈধ চুলাই প্ৰস্তুত কৰি অহাৰ সমান্তৰালকৈ গেলাবিল অঞ্চলতো বহু চুলাই ঘাটি কাঠফুলাৰ দৰে গঢ়ি উঠিছিল আৰু আজি বৰপথাৰ আৰক্ষীৰ এটি দলে গেলাবিল অঞ্চলৰ দীঘলগাঞ্জা , নবিল, দৈয়াং পাৰ, ওপৰলাংঠা আদি ঠাইত দুটা বৃহৎ বৃহৎ চুলাই ঘাটি উচ্ছেদ কৰি ২৫০০ ৰো অধিক লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে বহু দিনৰ পৰা গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ধনশিৰি মহকুমা আৱকাৰী বিভাগক বাৰম্বাৰ চুলাই ঘাটি সমূহ উচ্ছেদ কৰাৰ বিষয়ত অৱগত কৰাৰ পিছতো কিন্তু আৱকাৰী বিভাগে কোনো পদক্ষেপ নোলোৱাত চুলাই ব্যৱসায়ীৰ লগত আৱকাৰী বিভাগৰ লোকে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন কৰিছে গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শশাংক শ্ৰেষ্ঠই আৰু এই বিষয়ত অসম চৰকাৰে এক উচিত তদন্ত কৰিবৰ বাবেও গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে । Conclusion:Byte :-1 ছাত্ৰ সন্থা
Byte :-2 ছাত্ৰ সন্থা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.