ETV Bharat / state

ধনশিৰিৰ খহনীয়াক লৈ আতংকিত ৰাইজ - Flood Problem

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত চেঁচামুখত ধনশিৰিৰ খহনীয়াক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ প্ৰতি বছৰে এইদৰে গৰা-খহনীয়াৰ ফলত ধনশিৰিৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ-মাটি ।

ধনশিৰি গৰাখহনীয়া
author img

By

Published : May 12, 2019, 1:29 PM IST

গোলাঘাট, 12 মেঃ বাৰিষাৰ আগমনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, গৰা-খহনীয়াৰ আশংকাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ বানৰ লগতে ঠায়ে ঠায়ে ভাগছে মথাউৰি ৷ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে গৰা-খহনীয়া ৷

ধনশিৰিৰ গৰাখহনীয়াক লৈ আতংকিত গঁঞা

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত চেঁচামুখত ধনশিৰিৰ খহনীয়াক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ প্ৰতি বছৰে এইদৰে গৰা-খহনীয়াৰ ফলত ধনশিৰিৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ-মাটি । চৰকাৰক বাৰে বাৰে অনুৰোধ জনোৱাৰ পাচতো বিফল হোৱা ৰাইজে এতিয়া এইদৰে আতংকত দিন পাৰ কৰিছে ৷

Intro:গোলাঘাটত ধনশিৰি ৰ গড়াখহনীয়া । বাৰিষাৰ দিন চমুচাপি অহাৰ লগে লগেই আতংকিত হৈ পৰিছে গঁঞা ।

Body:গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত চেঁচামুখ ত চলিছে ধনশিৰি নৈৰ প্ৰলয়ংকাৰী গড়া খহনীয়া । প্ৰতি বছৰে ধনশিৰিৰ বুকুত জাহ গৈছে গাঁও কেইখনৰ শতাধিক পৰিয়ালৰ ঘৰ মাটি । ৰাইজে বহুবাৰ আাবেদন নিবেদন কৰা পিছতো চৰকাৰ-প্ৰশাসনে নললে কোনো ব্যৱ্স্থা । বাৰিষাৰ দিন ওচৰ চাপি অহাৰ লগে লগেই আতংকিত হৈ পৰিছে লোকসকল । বৰষুণ আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হৈছে ভয়াবহ খহনীয়া । কাৰণ পুনৰ এইবাৰ সম্পুৰ্ন ৰূপে নিচিহ্ন হৈ যাব এই গাওঁ খনৰ বহু পৰিয়ালৰ ঘৰ-বাৰী । । সময় থাকোতেই চৰকাৰক ধনশিৰি নৈৰ এই ভয়াবহ খহনীয়াৰ প্ৰতিৰোধৰ দাবী জনাইছে । ৰাইজে বহুবাৰ আাবেদন নিবেদন কৰা পিছতো চৰকাৰ-প্ৰশাসনে নললে কোনো ব্যৱ্স্থা । এতিয়া ভয়ত নিদ্ৰা হৰিছে এই সকল গঞা ৰ । পৰিৱৰ্তন ৰ নামত শাসনৰ গাডী লৈ অহা সৰ্বানন্দ সোনোৱাল চৰকাৰেও নুশুনিলে এই সকল লোকৰ দুখ দুৰ্দশা ৰ কথা ।Conclusion:Byte1: স্থানীয় ব্যক্তি

গোলাঘাট সমষ্টিৰ পৰি চামিম আলি , Etv Bharat ,অসম
8638762380
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.