ETV Bharat / state

দেৰগাঁৱত নিৰ্যাতিতা মহিলাৰ ক্ৰন্দন

দেৰগাঁৱত এগৰাকী বোৱাৰী নিৰ্যাতনৰ অভিযোগ শাহু-শহুৰ তথা স্বামীৰ বিৰুদ্ধে ৷ অভিযোগৰ ভিত্তিত তিনিওকে আটক কৰে দেৰগাঁও আৰক্ষীয়ে ৷

author img

By

Published : Aug 3, 2019, 12:03 AM IST

দেৰগাঁৱত নিৰ্যাতিতা মহিলাৰ ক্ৰন্দন

দেৰগাঁও,২ আগষ্টঃশুকুৰবাৰে স্বামী আৰু স্বামী পৰিয়ালৰ শাৰীৰিক- মানসিক নিৰ্যাতনৰ বলি হোৱা দেৰগাঁৱৰ এগৰাকী মহিলাই দেৰগাঁও থানালৈ আহে নিৰাপত্তা বিচাৰি । কোলাত এটি ডেৰ বছৰীয়া কন্যা সন্তান লৈ থানাত নিৰাপত্তা বিচাৰি হিয়া উজাৰি কান্দি কান্দি ব্যাকুল হৈ পৰা মহিলা গৰাকীৰ এই দৃশ্যই মৰ্মাহত কৰি তোলে সকলোকে।

দেৰগাঁৱত নিৰ্যাতিতা মহিলাৰ ক্ৰন্দন

প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় ৪ বছৰৰ পূৰ্বে কাৰ্বি আংলঙৰ পৰা দেৰগাঁও মুদৈ গাঁৱৰ পৰাগ হাজৰিকা নামৰ ব্যক্তি জনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল গীতাঞ্জলী হাজৰিকা নামৰ এই মহিলা গৰাকী। মহিলাগৰাকীৰ অভিযোগ অনুসৰি বিয়াৰ কিছু দিনৰ পাছৰ পৰাই শহুৰ বিপিন হাজৰিকা আৰু শাহু ৰেণু হাজৰিকাই মানসিক অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰে। ক্ৰমাৎ স্বামীয়েও পিতৃ মাতৃৰ যন্ত্ৰনাত পৰি বিনাকাৰণত তেওঁৰ ওপৰত শাৰিৰীক মানসিক নিৰ্যাতন চলাবলৈ ধৰে ৷ যাৰ বাবেই মহিলাগৰাকীয়ে পূৰ্বে এবাৰ স্বামীৰ ঘৰ এৰি যাবলৈ বাধ্য হৈছিল ৷ মহিলাগৰাকীয়ে ঘৰ এৰি অহাৰ কথা ক’লেই স্বামীয়ে বাৰে বাৰে আত্মহত্যাৰ ভাবুকি দিয়ে ৷যাৰ বাবে অত্যাচাৰ সহ্য কৰিও স্বামী গৃহত থাকিবলৈ বাধ্য হৈছিল।অভিযোগ অনুসৰি কন্যা সন্তান জন্মদিয়াৰ বাবেই মহিলা গৰাকীৰ ওপৰত অধিক অত্যাচাৰ চলাইছিল। নিৰ্মম অত্যাচাৰৰ বলী হোৱা মহিলা গৰাকীয়ে শেষত উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত তেওঁ ঘৰ এৰি থানালৈ আহে ৷ ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে বোৱাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত স্বামী পৰাগ হাজৰিকা, শহুৰ বিপিন হাজৰিকা আৰু শাহু ৰেণু হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে।

Intro:
*দেৰগাঁৱত জঘন্য ঘটনা
*বোৱাৰীক নিৰ্মম অত্যাচাৰ স্বামী, শাহু- শহুৰ
*কন্যা সন্তান জন্ম দিয়াৰ বাবেই এই অত্যাচাৰ
*বোৱাৰী গৰাকী দেৰগাঁৱৰ মুদৈ গাঁৱৰ গীতাঞ্জলী হাজৰিকা
*ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে আটক কৰিছে স্বামী পৰাগ হাজৰিকা শহুৰ বিপিন হাজৰিকা আৰু শাহু ৰেনু হাজৰিকাBody:দেৰগাঁও থানাত স্বামী ঘৰৰ নিৰ্য্যাতনৰ বলী হোৱা এগৰাকী অসহায় মহিলাৰ ক্ৰন্দন
আটক স্বামীৰ লগতে শহু শাহুৰ

দেৰগাঁও,২ আগষ্টঃ
স্বামী আৰু স্বামী পৰিয়ালৰ শাৰিৰীক- মানসিক নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলাই আজি নিৰাপত্তা বিচাৰি দেৰগাঁও থানালৈ আহিবলৈ বাধ্য হয়। কোলাত এটি ডেৰ বছৰীয়া কন্যা সন্তান লৈ থানাত নিৰাপত্তা বিচাৰি হিয়া উজাৰি কান্দি কান্দি ব্যাকুল হৈ পৰা মহিলা গৰাকীৰ এই দৃশ্যই সকলোকে মৰ্মাহত কৰি তোলে।প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় ৪ বছৰৰ পূৰ্বে কাৰ্বিআলংঙৰ পৰা দেৰগাঁও মুদৈ গাঁৱৰ পৰাগ হাজৰিকা নামৰ ব্যক্তি জনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল গীতাঞ্জলী হাজৰিকা নামৰ এই মহিলা গৰাকী। মহিলাগৰাকীৰ অভিযোগ অনুসৰি বিয়াৰ কিছু দিনৰ পাছৰ পৰাই শহুৰ বিপিন হাজৰিকা আৰু শাহু ৰেণু হাজৰিকাই মানসিক অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰে।ক্ৰমাৎ স্বামীয়েও পিতৃ মাতৃৰ মন্ত্ৰনাত পৰি বিনা কাৰণত তেওঁৰ ওপৰত শাৰিৰীক মানসিক নিৰ্যাতন চলাবলৈ ধৰে৷ যাৰ বাবেই মহিলাগৰাকীয়ে পূৰ্বে এবাৰ স্বামীৰ ঘৰ এৰি যাবলৈ বাধ্য হৈছিল ৷ মহিলাগৰাকীয়ে ঘৰ এৰি অহাৰ কথা ক’লেই স্বামীয়ে বাৰে বাৰে আত্মহত্যাৰ ভাবুকি দিয়ে ৷যাৰ বাবে অত্যাচাৰ সহ্য কৰিও স্বামী গৃহত থাকিবলৈ বাধ্য হৈছিল।অভিযোগ অনুসৰি কন্যা সন্তান জন্মদিয়াৰ বাবেই মহিলা গৰাকীৰ ওপৰত অধিক অত্যাচাৰ চলাইছিল। নিৰ্মম অত্যাচাৰৰ বলী হোৱা মহিলা গৰাকীয়ে শেষত উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত তেওঁ ঘৰ এৰি থানালৈ আহে ৷ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে স্বামী পৰাগ হাজৰিকা, শহুৰ বিপিন হাজৰিকা আৰু শাহু ৰেণু হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে।Conclusion:ন্যায়ৰ অপক্ষাত মহিলা গৰাকী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.