ETV Bharat / state

বৰেলীৰ ৬ মাউণ্টেইন ডিভিজনত কেপ্তেইন জিণ্টু গগৈৰ আৱক্ষ মূৰ্তি উন্মোচন - ইটিভি ভাৰত

বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ পিতৃ-মাতৃও

etv bharat
author img

By

Published : Feb 28, 2019, 1:25 PM IST

গোলাঘাট, ২৮ ফেব্ৰুৱাৰী : বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ আৱক্ষ মূৰ্তি উন্মোচন । উত্তৰ প্ৰদেশৰ বৰেলীৰ ৬ মাউণ্টেইন ডিভিজন সেনা ছাউনীত উন্মোচন হয় অসম সন্তান শ্বহীদ জিণ্টু গগৈৰ নামৰ মুখ্য প্ৰৱেশ দ্বাৰ আৰু আৱক্ষ মূৰ্তি।

jintu gogoi

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাক সেনাৰ হাতত শ্বহীদ হৈছিল অসমৰ সন্তান কেপ্তেইন জিণ্টু গগৈ । মৰোণোত্তৰভাৱে বীৰ চক্ৰ লাভ কৰা বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ পিতৃ-মাতৃও। উন্মোচনী অনুষ্ঠানৰ পৰা বৃহস্পতিবাৰে গোলাঘাটৰ স্ব-গৃহত উপস্থিত হোৱা কেপ্তেইন জিণ্টু গগৈৰ পিতৃ-মাতৃৰ সৈতে আমাৰ সাংবাদিক দিগন্ত চাহুৰ এক বিশেষ সাক্ষাৎকাৰ । চাওঁক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন।

Intro:গোলাঘাটৰ বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নামত উত্তৰপ্ৰদেশ বৰেলিৰ 6 মাউন্টেন ডিভিজন সেনা ছাউনীত এটা মুখ্য প্ৰৱেশ দ্বাৰ আৰু জিন্টু গগৈৰ অৱক্ষ মূৰ্ত্তি স্থাপন। ১৯৯৯ চনৰ কাৰগিল যুদ্ধত শ্বহীদ হৈছিল বীৰ সৈনিক গৰাকীৰ।

Body:১৯৯৯ চনৰ কাৰগিল যুদ্ধত পাক সেনাৰ হাতত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান কেপ্তেইন জিন্টু গগৈৰ নামত এইবাৰ উত্তৰপ্ৰদেশৰ বৰেলি সেনা ছাউনীত এটা প্ৰৱেশ দ্বাৰ উন্মোচন কৰাৰ উপৰিও জিন্টু গগৈৰ এটা আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। গোলাঘাট জিলাৰ খুমটাই বাসগৃহত আমি লগ ধৰি বুজ লও শ্বহীদ গৰাকীৰ পিতৃ ঠগিৰাম গগৈ আৰু মাতৃৰ পৰা। নিজ পুত্ৰৰ নামত আজিও ভাৰতীয় সেনায়ে আগবঢ়োৱা অৱদানক সন্মান জনাইছে পিতৃ মাতৃ। বীৰ শ্বহীদ গৰাকীৰ নামত মুকলি কৰা প্ৰৱেশ দ্বাৰ আৰু আৱক্ষ মূৰ্তিৰ বাবে 6 মাউন্টেন ডিভিজনৰ পদক্ষেপক শলাগ লৈছে সমগ্ৰ গোলাঘাট বাসীৰ লগতে খুমটাই বাসী ৰাইজক।

Conclusion:Deferred Live Diganta Sahu

গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.