ETV Bharat / state

মেৰাপানীত ঠেলাত সন্তান প্ৰসৱ

author img

By

Published : Aug 21, 2019, 2:11 PM IST

এম্বুলেন্সৰ আশা বাদ দি উপায়ন্তৰ হৈ ঠেলাৰেই মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হ'ল উদয়পুৰ গাঁৱৰ পুস্প দাস নামৰ গৰ্ভৱতী মহিলা গৰাকীক । কিন্তু চিকিৎসালয় আহি পোৱাৰ আগতেই ৰাজপথতে ঠেলাৰ ওপৰত জন্ম হ'ল এটি দেৱ শিশুৰ

মেৰাপানীত ঠেলাত সন্তান প্ৰসৱ

গোলাঘাট, 21 আগষ্টঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অতিকে নিকৃষ্ট আৰু ফোপোলা স্বৰূপ উন্মোচিত হৈছে গোলাঘটাৰ মেৰাপানীত । স্বাস্থ্য খণ্ডৰ অভিলাষী আঁচনি 108 সেৱাৰ পৰা বঞ্চিত গৰ্ভৱতী মহিলা ৷ দুৰ্ভগীয়া গৰ্ভৱতী মহিলাক ঠেলাৰে আনি চিকিৎসালয়ত ভৰ্তি ৷ উল্লেখ্য যে, মেৰাপানীত ক্ৰমাৎ মৃত্যুৰ মুখে গতি কৰিছে 108 মৃত্যুঞ্জয় সেৱা ৷ জৰুৰীকালীন অৱস্থাত 108 সেৱাত ফোন লগাই ঘন্টাৰ ঘন্টাৰ পাচত অপেক্ষাৰত ৰোগী । তথাপিও নাহে এম্বুলেন্স । অৱশেষত এম্বুলেন্সৰ আশা বাদ দি উপায়ন্তৰ হৈ ঠেলাৰেই মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হ'ল উদয়পুৰ গাঁৱৰ পুস্প দাস নামৰ গৰ্ভৱতী মহিলা গৰাকীক । কিন্তু চিকিৎসালয় আহি পোৱাৰ আগতেই ৰাজপথতে ঠেলাৰ ওপৰত জন্ম হ'ল এটি দেৱ শিশুৰ । তেনে অৱস্থাতেই শিশুটিৰ পিতৃ মিনেশ্বৰ দাসে মাতৃসহ নৱজাতকক ভৰ্তি কৰিলেহি চিকিৎসালয়ত । সম্প্ৰতি এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানীত । প্ৰায় 1/2 কিলোমিটাৰ দূৰত্বত থকা মেৰাপানী চিকিৎসালয়ত 108, 102 এম্বুলেন্স মজুত আছিল যদিও কাৰ গাফিলটিত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল স্থানীয় ৰাইজে তাৰ উত্তৰ বিচাৰিছে স্বাস্থ্য বিভাগৰ ওচৰত ৷

Intro: ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অতিকে নিকৃষ্ট আৰু ফোপোলা স্বৰূপ উন্মোচিত হৈছে মেৰাপানীত । স্বাস্থ্য খণ্ডৰ অভিলাষী আঁচনি ১০৮ সেৱাৰ পৰা বঞ্চিত হৈ অতি দূৰ্ভাগ্যজনকভাৱে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ আনিব লগা হ'ল ঠেলাৰে ।

Body:মেৰাপানীত ১০৮ মৃত্যুঞ্জয় সেৱাত ফোন কৰিলেও নাহে এম্বুলেন্স গাড়ী । জৰুৰীকালীন অৱস্থাত ১০৮ সেৱাত ফোন লগাই ঘন্টাৰ ঘন্টাৰ পিছত অপেক্ষাৰত ৰোগী । কিন্তু তথাপিও নাহে এম্বুলেন্স । অৱশেষত এম্বুলেন্সৰ আশা বাদ দি উপায়ন্তৰ হৈ এখন ঠেলাৰেই মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হ'ল উদয়পুৰ গাঁৱৰ পুস্প দাস নামৰ গৰ্ভৱতী মহিলা গৰাকীক । কিন্তু চিকিৎসালয় আহি পোৱাৰ আগতেই ৰাজপথতে ঠেলাৰ ওপৰত জন্ম হ'ল এটি দেৱ শিশুৰ । তেনে অৱস্থাতেই শিশুটিৰ পিতৃ মিনেশ্বৰ দাসে মাতৃসহ নৱজাতকক ভৰ্তি কৰিলেহি চিকিৎসালয়ত । সম্প্ৰতি এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানীত । প্ৰায় ১/২ কিলোমিটাৰ দূৰত্বত থকা মেৰাপানী চিকিৎসালয়ত ১০৮, ১০২ এম্বুলেন্স মজুত আছিল যদিও কাৰ গাফিলটিত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল তাৰ উত্তৰ কোনে দিব ???
Conclusion:Byte 1 : প্ৰসূতি
Byte2 : আত্মীয়
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.