ETV Bharat / state

জালান চাহ বাগিছাত আটছাৰ প্ৰতিবাদ

author img

By

Published : Oct 3, 2020, 2:40 PM IST

গোলাঘাটত প্ৰতিবাদ সাব্যস্ত আটছাৰ ৷ জালান চাহ বাগিচাত এই প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰে ৷

atsa protest in golaghat assam etv bharat news
আটছাৰ প্ৰতিবাদ

গোলাঘাট,3 অক্টোবৰ: গোলাঘাট জিলাৰ জালান চাহ বাগিচাত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷ বাগিচাখনৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ প্ৰতিবাদত অংশ লয় অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু শ্ৰমিকসকলে ৷

আটছাৰ প্ৰতিবাদ

আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ফৰকাটিং উপ-শাখাৰ উদ্যোগত চাহ শ্ৰমিকৰ নিম্নতম মজুৰি 351 টকালৈ বৃদ্ধি, প্ৰতিখন চাহ বাগিচাত 20 শতাংশ বানচ প্ৰদান, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান, শ্ৰম আইন 1951 বাগিচাসমূহত সম্পূৰ্ণৰূপে প্ৰযোজ্য কৰাৰ লগতে চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ তদুপৰি চৰকাৰে শীঘ্ৰে এই সমস্যা সমাধান নকৰিলে জংগী আন্দোলন প্ৰদৰ্শনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃ শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.