ETV Bharat / state

অচিনাক্ত ব্যক্তিৰ প্ৰৱেশত উত্তেজিত গোলাঘাট

শনিবাৰে নিশা গোলাঘাটৰ শ্ৰীমন্ত নগৰত 4 জন অচিনাক্ত ব্যক্তি অঞ্চলটোত প্ৰৱেশ কৰাৰ ফলত সৃষ্টি হয় উত্তেজনা। স্থানীয় লোক আৰু আৰক্ষীৰ অভিযানৰ পূৰ্বে পলাই সাৰিল অচিনাক্ত লোককেইজন ।

author img

By

Published : Apr 7, 2019, 12:08 PM IST

অচিনাক্ত ব্যক্তিৰ প্ৰৱেশত উত্তেজিত গোলাঘাট

গোলাঘাট, 7 এপ্ৰিলঃ গোলাঘাটত নিশা উত্তেজনাময় পৰিস্থিতি। গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ এঘৰ মানুহৰ ঘৰত চাৰিজন অচিনাক্ত লোক প্ৰৱেশ কৰি গোপনে পলাই যোৱাৰ পিচতেই অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। অঞ্চলটোৰ এখন কাঠনিত দলটো প্ৰৱেশ কৰাৰ সন্দেহ কৰি স্থানীয় ৰাইজ আৰু গোলাঘাট আৰক্ষীয়ে অভিযান চলাই যদিও অন্ধকাৰৰ সুযোগ লৈ দলটো পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । একাংশ ৰাইজৰ সন্দেহ চাৰিজনীয়া মানুহৰ দলটো ডকাইতৰ দল বা নিৰ্বাচনৰ সময়ত কোনো দুষ্কৃতিকাৰীয়ে সাধাৰণ মানুহৰ মাজত সন্ত্ৰাস বিয়পাবলৈ উদ্দেশ্যে অহা দল ৷

Golaghat 07.04.2019
SLUG : GOLAGHAT NIGHT TENSE
A_GLT_801_7APRIL_GOLAGHAT_NIGHT_TENSE_VISUAL_1_DIGANTA_SAHU
A_GLT_802_7APRIL_GOLAGHAT_NIGHT_TENSE_VISUAL_2_DIGANTA_SAHU
A_GLT_803_7APRIL_GOLAGHAT_NIGHT_TENSE_VISUAL_3_DIGANTA_SAHU
A_GLT_804_7APRIL_GOLAGHAT_NIGHT_TENSE_BYTE_1_DIGANTA_SAHU
A_GLT_805_7APRIL_GOLAGHAT_NIGHT_TENSE_BYTE_2_DIGANTA_SAHU
A_GLT_806_7APRIL_GOLAGHAT_NIGHT_TENSE_BYTE_3_DIGANTA_SAHU
O.C. : গোলাঘাটত নিশা উত্তেজনা, গোলাঘাটৰ শ্ৰীমন্ত নগৰত চাৰিজন অচিনাক্ত ব্যক্তি অঞ্চলটোত প্ৰৱেশ কৰাৰ ফলত সৃষ্টি হয় উত্তেজনা। স্থানীয় লোক আৰু আৰক্ষীৰ অভিযানৰ পূৰ্বে পলাই হাৰিল অচিনাক্ত লোককেইজন। চোৰ নতুবা ডকাইটৰ দল হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
V.O. : গোলাঘাটত নিশা উত্তেজনাময় পৰিস্থিতি। গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ এঘৰত চাৰিজন অচিনাক্ত লোক প্ৰৱেশ কৰি গোপনে পলাই যোৱাৰ পিছতেই অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। অঞ্চলটোৰ এটা কাঠনিত দলটো প্ৰৱেশ কৰাৰ সন্দেহ কৰি স্থানীয় ৰাইজ আৰু গোলাঘাট আৰক্ষীয়ে অভিযান চলাই যদিও অন্ধকাৰৰ সুযোগ লৈ দলটো পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ সন্দেহ চাৰিজনীয়া চোৰৰ দলটো চোৰ, ডকাইটৰ দল হ'ব পাৰে নতুবা নিৰ্বাচনৰ সময়ত কোনো দুষ্কৃতিকাৰীয়ে সাধাৰণ মানুহৰ মাজত সন্ত্ৰাস বিয়পাব লৈ অপচেষ্টা কৰিছে।
Byte 1: স্থানীয় ব্যক্তি।
Byte 2: স্থানীয় ব্যক্তি।
Byte 3: আৰক্ষী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট Etv Bharat অসম।

Visual byte send by ftp
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.