ETV Bharat / state

দৈয়াং বাগানত আটছাৰ প্ৰতিবাদ - আদিবাসী ছাত্ৰ-সন্থা

দৈয়াং চাহ বাগিচাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । চৰকাৰৰ লগতে বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক দীৰ্ঘদিনে শোষণ কৰি অহা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷

চাহ কৰ্তৃপক্ষৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ-সন্থাৰ প্ৰতিবাদ
author img

By

Published : Jun 4, 2019, 6:16 PM IST

Updated : Jun 4, 2019, 6:48 PM IST

গোলাঘাট, ৪ জুনঃ গোলাঘাটৰ দৈয়াং চাহ বাগিচাৰ কাৰ্যালয় সন্মুখত কৰ্তৃপক্ষৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ । বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

চাহ কৰ্তৃপক্ষৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ-সন্থাৰ প্ৰতিবাদ

দৈয়াং চাহ বাগিচাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । চৰকাৰৰ লগতে বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক দীৰ্ঘদিনে শোষণ কৰি অহা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে আন এটা বাতৰি- বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

Intro:.গোলাঘাট দৈয়াং চাহ বাগিচাত আটছাৰ প্ৰতিবাদ । গোলাঘাট দৈয়াং চাহ বাগিচাৰ কাৰ্যালয় সন্মুখত 12 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । গোলাঘাট দৈয়াং চাহ বাগিচাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । বাগিচা কৰ্তৃপক্ষ বাগিচাৰ শ্ৰমিকৰ সমস্যাৰ সমাধানৰ বাবে কোনো ব্যৱস্থা নোলোৱাত আটছা দৈয়াং বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত ৰূপায়ন কৰি প্ৰতিবাদস্থলী পৰায়ে চৰকাৰ আৰু বাগিচাৰ কৰ্তৃপক্ষক সকীয়নী প্ৰদান কৰি অতি শীঘ্ৰে দাবী সমূহ পূৰণ কৰিবলৈ দাবী জনাই । আৰু যদিহে দাবী সমূহৰ মানি নলয় তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ।Body:Byte 1 : নেতা ( আটছা)Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv Bharat , অসম
Last Updated : Jun 4, 2019, 6:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.