ETV Bharat / state

অসম শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত অসহযোগ আন্দোলন

author img

By

Published : Dec 3, 2019, 3:31 AM IST

Updated : Dec 3, 2019, 7:42 AM IST

অসম শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত গোলাঘাট আৰু কৰিমগঞ্জৰ বদৰপুৰত ঠিকাভিত্তিক মিটাৰ ৰিডাৰ কৰ্মীৰ প্ৰতিবাদ ৷

Assam Electricity contractual worker protest to granted their job under state government
অসম শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত অসহযোগ আন্দোলন

গোলাঘাট,3 ডিচেম্বৰ: গোলাঘাটত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক(মিটাৰ ৰিডাৰ কৰ্মী) সন্থাৰ প্ৰতিবাদ । অসম শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত অসহযোগ আন্দোলন। ৮ ডিচেম্বৰলৈকে কৰ্ম বিৰতিৰে অসহযোগ আন্দোলনত বহিল ঠিকাভিত্তিক মিটাৰ ৰিডাৰ কৰ্মীসকল। চাকৰি নিয়মীয়াকৰণৰ উপৰিও ১১ দফীয়া দাবী পূৰণৰ আহ্বান । দাবী সমূহ পূৰ্ণ নকৰিলে গুৱাহাটী বিজুলী ভৱনৰ সন্মুখত অমৰণ অনশনত বহাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। প্ৰতিকাৰীসকলে উত্থাপন কৰা দাবী সমূহ হৈছে চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত থকা সকলো অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়া কৰণ কৰা । অস্থায়ী কৰ্মীৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা । লগতে মেট্ৰিকৰ তলৰ BC/MR/BD সকলক ৪ৰ্থ বৰ্গৰ যিকোনো পদত স্থায়ী মকৰলৰ ব্যৱস্থা গ্ৰহণ কৰা। ইতিমধ্যে বকেয়া হৈ থকা পাৰিশ্ৰমিক সম্পূৰ্ণভাৱে আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা। আনহাতে বিনা পাৰিশ্ৰমিকেৰে কামত লগোৱা বন্ধ কৰা আৰু যধে মধে অস্থায়ী কৰ্মীৰ নিযুক্তি বন্ধ কৰা ।

গোলাঘাটত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক সন্থাৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ

লগতে পঢ়ক:ডবকাত একাংশ ৰাইজৰ উত্তাল প্ৰতিবাদ

ইফালে বদৰপুৰতো ঠিকা ভিত্তিক নিযুক্ত মিটাৰ ৰিডাৰ কৰ্মী চাকৰি স্থায়ী কৰণৰ দাবীত অসহযোগ আন্দোলন । সোমবাৰে কৰিমগঞ্জৰ বদৰপুৰ বিদ্যুৎ বিতৰণ পৰিষদ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদত বহে অস্থায়ী কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে বৰ্তমান চৰকাৰ তেওঁলোকৰ জীৱনক লৈ এনেদৰেই স্বজন তোষণ কৰি আহিছে । 2011 চনৰ পৰা তেওঁলোকে চাকৰিত যোগদান কৰিলে কিন্তু বৰ্তমানলৈ চাকৰি স্থায়ীকৰণ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ নল'লে চৰকাৰে ।

বদৰপুৰত ঠিকা ভিত্তিক নিযুক্ত মিটাৰ ৰিডাৰ কৰ্মীৰ অসহযোগ আন্দোলন

আৰু চাওঁক:শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰ বিৰোধী শ্লগানঃ পুনৰ অসম আন্দোলন হ'ব !

Intro:Body:গোলাঘাটত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক/মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ প্ৰতিবাদ। অসম শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত অসহযোগ আন্দোলন। ৮ ডিচেম্বৰলৈকে কৰ্ম বিৰতিৰে অসহযোগ আন্দোলনত বহিল প্ৰতিবাদকাৰী। চাকৰি নিয়মীয়াকৰণৰ উপৰিও ১১ দফীয়া দাবী পূৰণৰ আহ্বান। দাবী সমূহ পূৰ্ণ নকৰিলে গুৱাহাটী বিজুলী ভৱনৰ সন্মুখত অমৰণ অনশনত বহাৰ হুংকাৰ। দাবী সমূহ হ'ল চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত থকা সকলো অস্থায়ী কৰ্মীৰ চাকৰি নিয়মিয়াকৰণ কৰা। অস্থায়ী কৰ্মীৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা। মেট্ৰিকৰ তলৰ BC/MR/BD সকলক ৪ৰ্থ বৰ্গৰ যিকোনো পদত স্থায়ী মকৰলৰ ব্যৱস্থা গ্ৰহণ কৰা। ইতিমধ্যে বকেয়া হৈ থকা পাৰিশ্ৰমিক সম্পূৰ্ণভাৱে আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা। বিনা পাৰিশ্ৰমিকেৰে কামত লগোৱা বন্ধ কৰা। যধে মধে অস্থায়ী কৰ্মীৰ নিযুক্তি বন্ধ কৰা।Conclusion:Byte 1: প্ৰতিবাদ কাৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম ্্।
Last Updated : Dec 3, 2019, 7:42 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.