ETV Bharat / state

সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান - ধনশিৰি

এই অনুষ্ঠানত ডিষ্টিংচন, ষ্টাৰ মাৰ্ক, আৰু চুতীয়া জাতি পৰিয়ালৰ প্ৰথম স্থানপ্ৰাপ্ত মুঠ ১২০গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায় । অনুষ্ঠানত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ কুমাৰ দেৱ, মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জল বৰাকে ধৰি চুতীয়া ছাত্ৰ সন্থাৰ জিলা বিষয়ববীয়াৰ লগতে তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

সৰুপথাৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন চুতীয়া ছাত্ৰ সন্থাৰ
author img

By

Published : Jun 2, 2019, 7:56 PM IST

গোলাঘাট, ২ জুনঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ ৰাজহুৱা ভৱন প্ৰাংগনত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন জনায় ।

সৰুপথাৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন চুতীয়া ছাত্ৰ সন্থাৰ

এই অনুষ্ঠানত ডিষ্টিংচন, ষ্টাৰ মাৰ্ক, আৰু চুতীয়া জাতি পৰিয়ালৰ প্ৰথম স্থানপ্ৰাপ্ত মুঠ ১২০গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায় । অনুষ্ঠানত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ কুমাৰ দেৱ, মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জল বৰাকে ধৰি চুতীয়া ছাত্ৰ সন্থাৰ জিলা বিষয়ববীয়াৰ লগতে তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে আন এটা বাতৰি- নলবাৰীত দিলীপ শইকীয়া-কুইন ওজাক সম্বৰ্দ্ধনা

Intro:ধনশিৰি মহকুমাৰ সৰুপথাৰ ৰাজহুৱা ভৱন প্ৰাঙ্গনত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে ।Body:অভিনন্দন অনুষ্ঠানত ধনশিৰি মহকুমাত ডিষ্টিংচন, ষ্টাৰ মাৰ্ক, আৰু চুতীয়া জাতি পৰিয়ালৰ প্ৰথম স্থান প্ৰাপ্ত মুঠ ১২০ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনায় । অনুষ্ঠানত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ কুমাৰ দেৱ, মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জল বৰা কে আদি কৰি চুতীয়া ছাত্ৰ সন্থাৰ জিলা, মহকুমা বিষয় ববীয়া, তাই আহোম ছাত্ৰ সন্হাৰ বিষয় ববীয়া , মহকুমাতোৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে বহুকেইজন বিশিষ্ট সাংবাদিক উপস্থিত থাকে । অভিনন্দন ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা পত্ৰ সহ চুতীয়াৰ এটাকৈ মেমন্ত দি অভিনন্দন জনোৱা হয় । Conclusion:Byte :- AACSU
BYTE :- AACSU

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.