ETV Bharat / state

গোলাঘাটত দ খাৱৈৰ পৰা উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি ! - man and elephant

গোলাঘাটৰ মুৰফুলনী অঞ্চলৰ পুৰণিমাটিত উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি ৷ প্ৰায় 2 ঘণ্টা সময় ধৰি দ খাৱৈত আৱদ্ধ হৈ থকা হাতীটো উদ্ধাৰ কৰে স্থানীয় ৰাইজ আৰু বন বিভাগে ৷

elephant in drawn at golaghat
গোলাঘাটত উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি !
author img

By

Published : Dec 3, 2019, 2:14 PM IST

গোলাঘাট, 3 নৱেম্বৰঃ গোলাঘাটৰ মুৰফুলনী অঞ্চলৰ পুৰণিমাটিত এটা দ খাৱৈত উদ্ধাৰ এটা বন্যহস্তী ৷ পুৱাৰে পৰা অঞ্চলটোত বিচৰণ কৰি আছিল বৃহৎ বন্যহস্তীৰ এটা জাকে। বিচৰণ কৰি থকা অৱস্থাত হঠাৎ এটা হাতী সোমাই পৰে দ খাৱৈত ৷ বহু প্ৰচেষ্টাৰ অন্তত স্থানীয় ৰাইজ আৰু বন বিভাগে প্ৰায় 2 ঘণ্টা সময় ধৰি আবদ্ধ হৈ থকা হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লক্ষণীয়ভাৱে গোলাঘাটত এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত এতিয়া এনেদৰে দৈনিক হাতী প্ৰৱেশ কৰে গোলাঘাটৰ বিভিন্ন অঞ্চলত।

গোলাঘাটত উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি !

লগতে পঢ়কঃকেব' সন্দৰ্ভত আক্ৰাছুৰ সভাপতি প্ৰণৱ নাৰায়ণ কোঁৱৰৰ 'প্ৰতিক্ৰিয়া

Intro:গোলাঘাট ৰ মুৰফুলনী অঞ্চলৰ পুৰণিমাটিত এটা খালত আবদ্ধ এটা বন্য হস্তী । পুৱাৰে পৰা অঞ্চলটোত বিচৰণ কৰি আছিল বৃহৎ বন্যহস্তীৰ জাকে । বিচৰণ কৰি থকা অৱস্থাত হঠাৎ এটা হাতী দ খালত আৱদ্ধ হৈ পৰে । আবদ্ধ হৈ থকা হাটীটো উদ্ধাৰ কৰিবলৈ স্থানীয় ৰাইজ আৰে বন বিভাগে উদ্ধাৰ প্ৰেচাষ্টা অব্যাহত ৰাখে আৰু প্ৰায় 2 ঘণ্টা সময় ধৰি আবদ্ধ হৈ থকা হাতীতো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে
গোলাঘাটত এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ।দৈনিক হাতী ওলাইছে গোলাঘাটৰ বিভিন্ন অঞ্চলত । খাদ্য সন্ধানত এনেদৰে জনাঞ্চল প্ৰবেশ কৰি দ খালত বন্যহস্তী পৰিব লগা হৈছেBody:Byte 1 : স্থানীয় লোকConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.