ETV Bharat / state

গোলাঘাটত হিন্দু জাগৰণ মঞ্চৰ অখণ্ড ভাৰত দিৱস পালন

author img

By

Published : Aug 14, 2020, 10:22 PM IST

উল্লেখ্য যে, ১৮৭৬ চনৰ পৰা খণ্ড খণ্ড হৈ পৰা ভাৰতবৰ্ষক পুনৰ খণ্ডিত হ'ব নিদিয়াৰ সংকল্প লৈ প্ৰতিটো বছৰেই উদযাপন কৰি অহা হৈছে অখণ্ড ভাৰত দিৱস। প্রতিটো বছৰৰ দৰে এইবছৰো গোলাঘাটৰ বাটা পইণ্টত পালন কৰা হয় অখণ্ড ভাৰত দিৱস।

Golaghat
গোলাঘাট

গোলাঘাট, 14 আগষ্ট :স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অৰ্থাৎ ১৪ আগষ্টত গোলাঘাটত পালন কৰা হয় অখণ্ড ভাৰত দিৱস। গোলাঘাট হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত বাটা পইণ্টত অখণ্ড ভাৰত দিৱস পালন কৰে সংগঠনটোৰ সদস্যসকলে । হিন্দু জাগৰণ মঞ্চৰ সদস্য সকলে ভাৰতবৰ্ষৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰি অখণ্ড ভাৰতক স্মৰণ কৰে।

গোলাঘাটত হিন্দু জাগৰণ মঞ্চৰ অখণ্ড ভাৰত দিৱস পালন

লগতে পঢ়কঃ অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান !

উল্লেখ্য যে,১৮৭৬ চনৰ পৰা খণ্ড খণ্ড হৈ পৰা ভাৰতবৰ্ষক পুনৰ খণ্ডিত হ'ব নিদিয়াৰ সংকল্প লৈ প্ৰতিটো বছৰেই উদযাপন কৰি অহা হৈছে অখণ্ড ভাৰত দিৱস। প্রতিটো বছৰৰ দৰে এইবছৰো গোলাঘাটৰ বাটা পইণ্টত পালন কৰা হয় অখণ্ড ভাৰত দিৱস।

Golaghat
গোলাঘাটত অখণ্ড ভাৰত দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.