ETV Bharat / state

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author img

By

Published : Sep 11, 2019, 7:07 PM IST

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান ৷ গোপন সূত্ৰৰ পম খেদি চহৰ খনৰ ভালুকডুবিত বৃহৎপৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে চাৰিগৰাকী কৈ ড্ৰাগছ ব্যৱসায়ীক ৷

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

গোৱালপাৰা,11 চেপ্তেম্বৰ: গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষীৰ সফল অভিযান ৷ গোপন সূত্ৰৰ পম খেদি চহৰ খনৰ ভালুকডুবিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে চাৰিগৰাকী কৈ ড্ৰাগছ ব্যৱসায়ীক ৷ আটকাধীন ব্যৱসায়ীকেইজন ক্ৰমে,ইজাজ আলী,নিকেন দাস,চমক সেন গুপ্তা আৰু জীৱন চৌধুৰী বুলি জানিব পৰা গৈছে ৷

চহৰখনৰ ভালুকডুবিৰ বাছৰ পৰা ড্ৰাগছ ব্যৱসায়ী কেইজন নমাৰ পাছতেই পূৰ্বৰে পৰা খাপ পিটি থকা এটা আৰক্ষীৰ দলে কৰায়ত্ব কৰে চাৰিওগৰাকীক ৷ ড্ৰাগছ ব্যৱসায়ী কেইজনৰপৰা আৰক্ষীয়ে ড্ৰাগছসহ ১০ টাকৈ কণ্টেইনাৰ আৰু চিৰিঞ্জ জব্দ কৰে ৷

Anchor/V.O:- গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষীৰ সফল অভিজান।গোপন খবৰৰ ভিত্তিত চহৰ খনৰ ভালোকডুবিত বৃহৎ পৰিমাণৰ ড্ৰাগচসহ আৰক্ষীয়ে আটক কৰে চাৰিগৰাকী কৈ ড্ৰাগছ ব্যৱসায়িক।আটকাধিন ব্যৱসায়ি ক্ৰমে, ইজাজ আলী, নিকেন দাস, চমক সেন গুপ্তা আৰু জীৱন চৌধুৰী।চহৰখনৰ ভালোকডুবিৰ বাছৰ পৰা ড্ৰাগছ ব্যৱসায়ী কেইজন নমাৰ পাছতে পূৰ্বৰে পৰা খাপপিটি থকা এটা আৰক্ষীৰ দলে কৰায়ত্ব কৰে।চাৰিও গৰাকী ড্ৰাগছ ব্যৱসায়ী পৰা আৰক্ষীয়ে ড্ৰাগছসহ ১০ টাকৈ কণ্টিনাৰ আৰু চিৰিজ জব্দ কৰে।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.