ETV Bharat / state

গোৱালপাৰাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট - কৃষক

গৰাখহনীয়াত গৃহহীন পৰিয়ালক স্থায়ী সংস্থাপনৰ দাবীত গোৱালপাৰাত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । বলদমাৰী চৰাঞ্চলত গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈ পৰা লোকসকলক প্ৰমাণপত্ৰ দিয়াৰ লগতে ক্ষতি পুৰণ আৰু স্থায়ী সংস্থাপনৰ দাবী জনাই সংগঠনৰ নেতাসকলে ।

গোৱালপাৰাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Dec 30, 2020, 3:16 PM IST

গোৱালপাৰা, ৩০ ডিচেম্বৰ : গৰাখহনীয়াত গৃহহীন পৰিয়ালক স্থায়ী সংস্থাপনৰ দাবীত গোৱালপাৰাত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কেইবাটাও দাবীৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে দুয়োটা ভাতৃ সংগঠনে । গোৱালপাৰা চহৰৰ বলদমাৰী চৰাঞ্চলত গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈ পৰা লোকসকলক প্ৰমাণপত্ৰ দিয়াৰ লগতে ক্ষতি পুৰণ আৰু স্থায়ী সংস্থাপনৰ দাবী জনাই সংগঠনৰ নেতাসকলে ।

গোৱালপাৰাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট
গোৱালপাৰাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট

হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । এই কাৰ্যসূচীত উপস্থিত থাকি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত গৃহহীন হৈ পৰা পৰিয়ালক সংস্থাপনৰ বাবে চৰকাৰক দাবী জনায় ছাত্ৰ মুক্তিৰ জিলা কমিটিৰ সভাপতি আমিনুল হকে । ইফালে চৰকাৰে তেওঁলোকৰ দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.