ETV Bharat / state

গোৱালপাৰাত পথ সুৰক্ষা সজাগতা সভা - পথ সুৰক্ষা সজাগতা সভা

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি ওৱেছিছ ট্ৰাষ্টৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা ৷

গোৱালপাৰাত পথ সুৰক্ষা সজাগতা সভা
author img

By

Published : May 17, 2019, 7:08 PM IST

গোৱালপাৰা, 17 মে’: গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা ৷ ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধীক্ষক মুৱাজ্জীন হুচাইনৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাখনত প্ৰায় পাঁচ শতাধিক লোকৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷

গোৱালপাৰাত পথ সুৰক্ষা সজাগতা সভা

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি ওৱেছিছ ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভাখন ৷ সভাখনত মূখ্য অতিথি হিচাপে পশ্চিম গোৱালপাৰা কলেজৰ প্ৰবক্তা আব্দুল লতিফ মোল্যা আৰু ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আকবৰ আলী আকন্দেয়ে পথ সুৰক্ষা সন্দৰ্ভত বহলাই বক্তব্য আগবঢ়ায় ৷

সভাখনত ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাপতি নাছিৰউদ্দিন তালুকদাৰে পথ সুৰক্ষা, যাতায়াত আৰু যোগাযোগৰ ওপৰত বিভিন্ন দিশত বক্তব্য আগবঢ়াই পথ সুৰক্ষা সন্দৰ্ভত নীতি-নিয়ম মানি চলিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ।

as_slug_gol_17_may_801_goalpara_road_safty_vis+byte_ftp_jahidul_islam_7293844.

Anchor :- গোৱালপাৰাৰ জলেশ্বৰ,ৰাজমিতাত ওৱেছিছ ট্ৰাষ্টৰ উদ্যোগত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা l 

V.O. - আজি গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় পথ সুৰক্ষা সন্দৰ্ভত এখন  সজাগতা সভা l ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধীক্ষক মুৱাজ্জীন হুচাইনৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাখনত প্ৰায় পাঁচ শতাধিক লোক আৰু ছাত্র-ছাত্রীয়ে অংশ গ্ৰহণ কৰে l সজাগতা সভাত উদ্দেশ্যে ব্যাখ্যা কৰে ওৱেছিছ ট্ৰাষ্টৰ সম্পাদক এ টি এম ফৰহাদ আলী চাহাবে l সভাখনত আব্দুল মজিদে সম্ভোৰ্ধনা পৰ্ব চলাই নিয়াৰ লগতে আত ধৰে l জানিবপৰামতে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰনালয়ৰ নিৰ্দেশনা অনুসৰি ওৱেছিছ ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভা l সভাখনত মূখ্য অতিথি হিচাপে পশ্চিম গোৱালপাৰা কলেজৰ প্ৰবক্তা আব্দুল লতিফ মোল্যা , আৰু সন্মানীয় অতিথিৰূপে ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আকবৰ আলী আকন্দে পথ সুৰক্ষা সন্দৰ্ভত বহলাই বক্তব্য আগবঢ়ায় l সভাখনত ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাপতি নাছিৰ উদ্দিন তালুকদাৰে পথ সুৰক্ষা, যাতায়াত আৰু যোগাযোগৰ ওপৰত বিভিন্ন দিশত বক্তব্য আগবঢ়াই পথ সুৰক্ষা সন্দৰ্ভত নীতি-নিয়ম মানি চলিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.