ETV Bharat / state

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা: নিহত 2

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা ৷

Dangerous road accident at Goalpara
গোৱালপাৰাৰ ৰংজুলিত ভয়ঙ্কৰ পথ-দুৰ্ঘটনা: নিহত 2
author img

By

Published : Jan 24, 2020, 3:17 PM IST

Updated : Jan 24, 2020, 3:47 PM IST

গোৱালপাৰা,24 জানুৱাৰী : গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা ৷ গোৱালপাৰা জলেশ্বৰৰ উৰুছৰ পৰা নগাঁও অভিমুখী AS-02BC-9954 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই কঁঠাল গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে চালকসহ নিহত আন এজন লোক, আনহাতে গুৰুতৰ ভাৱে আহত প্ৰায় ৩০ জনকৈ লোক ৷ নিহত ব্যক্তি দুজন নগাঁওৰ জুৰিয়া থানাৰ অন্তৰ্গত ভাকুলি পথাৰৰ হবিবুৰ ৰহমান আৰু শিয়ালমাৰীৰ মতিউৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা: নিহত 2

ঘটনা অনুসৰি শুকুৰবাৰে পুৱতি নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ৰংগজুলি ৰাজহুৱা শ্মশানৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে যাত্ৰীবাহী ট্ৰেভেলাৰ খন ৷ আহত কেইজনক ততাতৈয়াকৈ ৰংজুলিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কেইজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত জাগুনত সষ্টম হৈ পৰিছে আৰক্ষীৰ প্ৰশাসনৰ লোক

Intro:Anchor:- গোৱালপাৰাৰ ৰংজুলিত ভয়ঙ্কৰ পথ-দুৰ্ঘটনা।থিতাতে নিহত চালকসহ এজন আহত প্ৰায় ৩০ জন।আহত কেইজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি এজনৰ অৱস্থা অতি সংকটজনক গুৱাহাটী লৈ প্ৰেৰণ।গোৱালপাৰা জলেশ্বৰৰ উৰুছৰ পৰা নগাঁও অভিমুখী আছিল ট্ৰেভেলাৰখন।তীব্ৰবেগী ট্ৰেভেলাৰ খন নিয়ন্ত্ৰণ হেৰুৱাই কঁঠাল গছত খুন্দিয়া।

Body:Anchor:- গোৱালপাৰাৰ ৰংজুলিত ভয়ঙ্কৰ পথ-দুৰ্ঘটনা।থিতাতে নিহত চালকসহ এজন আহত প্ৰায় ৩০ জন।আহত কেইজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি এজনৰ অৱস্থা অতি সংকটজনক গুৱাহাটী লৈ প্ৰেৰণ।গোৱালপাৰা জলেশ্বৰৰ উৰুছৰ পৰা নগাঁও অভিমুখী আছিল ট্ৰেভেলাৰখন।তীব্ৰবেগী ট্ৰেভেলাৰ খন নিয়ন্ত্ৰণ হেৰুৱাই কঁঠাল গছত খুন্দিয়া।

V.O:- গোৱালপাৰা ৰংজুলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।আজি পুৱতি নিশা১৭নং ৰাষ্ট্ৰীয় ঘাইপথত কঁঠাল গছত খুন্দিয়াই চূৰ্ণ-বিচুৰ্ণ যাত্ৰীবাহি ট্ৰেভেলাৰ।ৰংগজুলি ৰাজহুৱা শ্বশানৰ সমীপত এই দুৰ্ঘটনা।গাড়ীখন সম্পূৰ্ণ বিধ্বস্ত হৈ যোৱাৰ বিপৰীতে প্ৰকাণ্ড কঁঠাল গছজোপা উভালি পৰে।থিতাতে নিহত চালক লসহ এজন।গুৰুতৰ ভাবে আহত প্ৰায় ৩০ জন যাত্ৰী।আহত কেইজনক ৰংজুলিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কেইজনৰ অৱস্থা অতি সংকতজনক হোৱাত গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।নিহত নগাঁওৰ জুৰিয়া থানাৰ অন্তৰ্গত ভাকুলি পথাৰৰ হবিবুৰ ৰহমান আৰু শিয়ালমাৰীৰ মটিউৰ ৰহমান বুলি জানিব পৰা গৈছে।ট্ৰেভেলাৰ খন জলেশ্বৰত চলি থকা উৰুছৰ পৰা উভতি নগাঁওৰ জুৰিয়াৰ শিংগাৰীলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা।ট্ৰেভেলাৰ খনৰ পঞ্জীয়ন নম্বৰ AS-02_BC-9954

Byte 1:- চিকিসক অধীক্ষক-শ্যামলেন্দু দাস।
Byte 2:- আহত যাত্ৰী।
Byte 3:- আহত যাত্ৰী।

জাহিদুল ইছলাম, গোৱালপাৰা।

Conclusion:Byte 1:- চিকিসক অধীক্ষক-শ্যামলেন্দু দাস।
Byte 2:- আহত যাত্ৰী।
Byte 3:- আহত যাত্ৰী।

জাহিদুল ইছলাম, গোৱালপাৰা।
Last Updated : Jan 24, 2020, 3:47 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.