ETV Bharat / state

বিধ্বস্ত বাট-পথঃ অসম-মেঘালয় সীমান্তবাসীৰ যন্ত্ৰণা - জৰাজীৰ্ণ অৱস্থা

বহু দিনৰে পৰা পথটোৰ মেৰামতিৰ বাবে আহ্বান জনাই আহিছিল যদিও আজিলৈকে মেৰামতিক কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ । অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে বিভাগীয় কতৃপক্ষক ।

বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে অসম মেঘালয় সীমান্তৰ ৰাইজক
author img

By

Published : Jun 13, 2019, 9:51 PM IST

গোৱালাপাৰা, ১৩ জুনঃ অসম-মেঘালয় সীমান্তৰ বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক । পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতে যমৰ-যান্ত্ৰনা ভোগাইছে ৰাইজক ।

বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে অসম মেঘালয় সীমান্তৰ ৰাইজক

অসম মেঘালয় সীমান্তৰ ৰংছাইৰ পৰা গোৱালপাৰালৈ যোৱা পথটো এতিয়া জৰাজীৰ্ণ অৱস্থা । পথটোৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । বছৰ-বছৰ ধৰি পথটো পৰি ৰৈছে বিধ্বস্ত অৱস্থাত । মেৰামতিৰ বাবে কাণসাৰ নাই স্থানীয় বিধায়কৰ লগতে বিভাগীয় কতৃপক্ষৰ । বহু দিনৰে পৰা পথটোৰ মেৰামতিৰ বাবে আহ্বান জনাই আহিছিল যদিও আজিলৈকে মেৰামতিক কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ । অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে বিভাগীয় কতৃপক্ষক ।

লগতে আন এটা বাতৰি- পূৱ বিলাসীপাৰাত পথ দুৰ্ঘটনা : নিহত 1

Intro:অসম মেঘালয় সীমান্ত অঞ্চলৰ এটি পথ। পথটোৰ সমগ্ৰ অংশ গৈছে জহি খহি। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত।বিগত তেৰ - চৌধ্য বছৰে পৰি ৰৈছে বিধ্বস্ত অৱস্থাত। Body:অসম মেঘালয় সীমান্ত অঞ্চলৰ এই পথটোৰ সমগ্ৰ অংশ গৈছে জহি খহি। ৰংছাইৰ পৰা বৰঝৰা হৈ আগিয়াৰে সদৰ গোৱালপাৰালৈ যোৱা পথ।বহিঃ জগতৰ লগত যোগাযোগৰ এক মাত্ৰ এই পথটো বছৰৰ পিছত বছৰ ধৰি এই দৰেই ভয়ঙ্কৰ ৰূপত পৰি ৰৈছে। দুই ৰাজ্যৰ সীমা মূৰীয়া পথ হোৱা বাবেই এই দৰে বিধ্বস্ত অৱস্থাত পৰি ৰৈছে বছৰ বছৰ ধৰি। বিশেষকৈ ৰংছাইৰ কুৰুং,বৰঝৰা আদি অঞ্চলৰ একমাত্ৰ এই পথছোৱাই জলা কলা খুৱাইছে অঞ্চলবাসীক।Conclusion:পথটো মেৰামতিৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.