শিলচৰ, 26 জুলাইঃ শিলচৰ চহৰৰ সোণাই পথত আজি 21 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ৷ এই উপলক্ষে প্ৰথমে কাৰ্গিল বিজয় বেদীত ফুল-মালাৰে শ্বহীদক শ্ৰদ্ধা জনোৱা হয় আৰু তাৰ পাছত আয়োজিত এখন সভাত উপস্থিত বক্তা সকলে কাৰ্গিল যুদ্ধ আৰু বিজয়ৰ তাৎপৰ্য ব্যাখ্যা কৰে ।
শিলচৰত 21 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন - কাৰ্গিল বিজয় দিৱস
শিলচৰত 21 সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদক স্মৰণ
শিলচৰত 21 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন
শিলচৰ, 26 জুলাইঃ শিলচৰ চহৰৰ সোণাই পথত আজি 21 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ৷ এই উপলক্ষে প্ৰথমে কাৰ্গিল বিজয় বেদীত ফুল-মালাৰে শ্বহীদক শ্ৰদ্ধা জনোৱা হয় আৰু তাৰ পাছত আয়োজিত এখন সভাত উপস্থিত বক্তা সকলে কাৰ্গিল যুদ্ধ আৰু বিজয়ৰ তাৎপৰ্য ব্যাখ্যা কৰে ।
Intro:NEWS Silchar 26July.. শিলচৰ চহৰৰ সোনাই ৰোডৰ ভাই ভাই মেডিকেলৰ সামনে আজি একুশ তম কাৰগিল বিজয় দিবস পালন কৰা হৈছে । Body:NEWS Silchar 26July.. শিলচৰ চহৰৰ সোনাই ৰোডৰ ভাই ভাই মেডিকেলৰ সামনে আজি একুশ তম কাৰগিল বিজয় দিবস পালন কৰা হৈছে । এই উপলক্ষ্যে প্ৰথমে কাৰ্গিল বিজয় বেদীত ফুল মালা পিন্ধাই শ্ৰদ্ধা জনোৱা হয় । তাৰ পিছত আয়োজিত এখন সভাত বিভিন্ন বক্তা কাৰ্গিল বিজয়ৰ তাৎপৰ্য ব্যাখ্যা কৰে।Conclusion:NEWS Silchar 26July.. শিলচৰ চহৰৰ সোনাই ৰোডৰ ভাই ভাই মেডিকেলৰ সামনে আজি একুশ তম কাৰগিল বিজয় দিবস পালন কৰা হৈছে । এই উপলক্ষ্যে প্ৰথমে কাৰ্গিল বিজয় বেদীত ফুল মালা পিন্ধাই শ্ৰদ্ধা জনোৱা হয় । তাৰ পিছত আয়োজিত এখন সভাত বিভিন্ন বক্তা কাৰ্গিল বিজয়ৰ তাৎপৰ্য ব্যাখ্যা কৰে।
Bite. ...
Bite. ...