- উমৰাংচো কপিলী পাৱাৰ হাউচত বৃহৎ দুৰ্ঘটনা
- টানেল ভাঙি পানীৰ স্ৰোতত উটি যায় এজন অভিযন্তা লগতে তিনিজন কৰ্মচাৰী
- পুৱতি নিশা সংঘটিত হয় উমৰাংচো কপিলী পাৱাৰ হাউচত এই দুৰ্ঘটনা
- হাফলংৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত উমৰাংচো কপিলী পাৱাৰ হাউচ
- কপিলী পাৱাৰ হাউচৰ উতি যোৱা তিনিজন কৰ্মীৰ কোনো সন্ধান নাই
- টানেল মেৰামতিৰ সময়তে সংগঠিত হয় এই দুৰ্ঘটনা
- টানেল ভাঙি যোৱাৰ ফলত কপিলী ৰিজাৰ্ভাৰৰ পাইপ লাইনত বিস্ফোৰণ
- পাইপ লাইনৰ পৰা প্ৰতি চেকেণ্ডত ওলাই গৈছে ১২ হাজাৰ কিলোমিটাৰ বেগেৰে পানী
- এই দুৰ্ঘটনাত কপিলী পাৱাৰ হাউচৰ ব্যাপক ক্ষতি
- গুৱাহাটীৰ পৰা নিপকোৰ উচ্চপদস্থ বিষয়াৰ এটা দল উমৰাংচোলৈ ৰাওনা
উমৰাংচো কপিলী পাৱাৰ হাউচত বৃহৎ অঘটনঃ এজন অভিযন্তা সহ চাৰিজন সন্ধানহীন - KAPILI POWER HOUSE INCIDENT
উমৰাংচো কপিলী পাৱাৰ হাউচত টানেল ভাঙি পানীৰ স্ৰোতত উতি যায় এজন অভিযন্তা লগতে তিনিজন কৰ্মচাৰী ৷
উমৰাংচো কপিলী পাৱাৰ হাউচত বৃহৎ দুৰ্ঘটনা
- উমৰাংচো কপিলী পাৱাৰ হাউচত বৃহৎ দুৰ্ঘটনা
- টানেল ভাঙি পানীৰ স্ৰোতত উটি যায় এজন অভিযন্তা লগতে তিনিজন কৰ্মচাৰী
- পুৱতি নিশা সংঘটিত হয় উমৰাংচো কপিলী পাৱাৰ হাউচত এই দুৰ্ঘটনা
- হাফলংৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত উমৰাংচো কপিলী পাৱাৰ হাউচ
- কপিলী পাৱাৰ হাউচৰ উতি যোৱা তিনিজন কৰ্মীৰ কোনো সন্ধান নাই
- টানেল মেৰামতিৰ সময়তে সংগঠিত হয় এই দুৰ্ঘটনা
- টানেল ভাঙি যোৱাৰ ফলত কপিলী ৰিজাৰ্ভাৰৰ পাইপ লাইনত বিস্ফোৰণ
- পাইপ লাইনৰ পৰা প্ৰতি চেকেণ্ডত ওলাই গৈছে ১২ হাজাৰ কিলোমিটাৰ বেগেৰে পানী
- এই দুৰ্ঘটনাত কপিলী পাৱাৰ হাউচৰ ব্যাপক ক্ষতি
- গুৱাহাটীৰ পৰা নিপকোৰ উচ্চপদস্থ বিষয়াৰ এটা দল উমৰাংচোলৈ ৰাওনা
Intro:ডিমা হাছাও ৭ অক্টোবৰ: উমৰাংচো কপিলী পাওয়াৰ হাউচত আজি পুৱতি নিশা বৃহৎ দুৰঘটনা সংগঠিত হয়। হাফলংৰ পৰা ১২০ কিলোমিটাৰ দূৰত থকা উমৰাংচো কপিলী পাওয়াৰ হাউচৰ টানেল ভাঙি কপিলী পাওয়াৰ হাউচৰ এজন অভিযন্তা লগতে তিনিজনক পানীৰ স্ৰোতত উথৱাই লৈ যায়।Body:এতিয়ালৈকে কপিলী পাওয়াৰ হাউচৰ তিনিজন কৰ্মীৰ কোন সন্ধান ওলোৱা নাই। জানিব পৰা মতে উমৰাংচো কপিলী পাওয়াৰ হাউচৰ টানেল খনৰ কিছুদিন পিছত পিছত মেৰামতি কৰি থকা হয় যোৱা কিছুদিনৰ পৰা টানেল খন মেৰামতি নে কৰাৰ বাবে আজি পুৱতি নিশা এই দুৰ্ঘটনা সংগঠিত হয়। টানেল ভাঙি যোৱাৰ কাৰণে কপিলী ৰিচাৰ্ভাৰৰ পাইপ লাইনত বিস্ফোৰণ হয় ইয়াৰ ফলত টানেলৰ পৰা অহা পানীৰ স্ৰোতত কপিলী পাওয়াৰ হাউচৰ এজন অভিযন্তাৰ লগত মোট তিনি জন কৰ্মীক উঠৱাই লৈ যায়।Conclusion:উল্লেখযোগ্য কপিলী পাওয়াৰ হাউচৰ পাইপ লাইনৰ পৰা প্ৰতি চেকেণ্ডত ১২ হাজাৰ কিলোমিটাৰ গতিবেগত পানী ওলাই যায়। আজি সংগঠিত হোৱা এই দুৰ্ঘটনাত কপিলী পাওয়াৰ হাউচৰ ব্যাপক ক্ষতি হয় বুলি জানিব পৰা গৈছে। ইফালে এই দুৰঘটনা সংগঠিত হোৱাৰ পিছত গুৱাহাটীৰ পৰা নিপকোৰ উচ্চপদস্থ বিষয়াৰ এটা দল উমৰাংচোৰ উদ্দেশ্যত আহি আছে বুলি জানিব পৰা গৈছে।