ETV Bharat / state

প্ৰধান মন্ত্ৰীৰ আহ্বানক সঁহাৰি ৰাজ্যবাসীৰ - লখিমপুৰৰ বিহপুৰীয়াত সন্ধিয়া 5 বজাৰ লগে লগে বাজি উঠিল কাঁহী, বাতি, শংখ

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ
author img

By

Published : Mar 22, 2020, 8:37 PM IST

Updated : Mar 22, 2020, 10:39 PM IST

22:34 March 22

লখিমপুৰৰ বিহপুৰীয়াত সন্ধিয়া 5 বজাৰ লগে লগে বাজি উঠিল কাঁহী, বাতি, শংখ, চাইৰেন

লখিমপুৰ, 22 মাৰ্চঃ লখিমপুৰৰ বিহপুৰীয়াত সন্ধিয়া 5 বজাৰ লগে লগে বাজি উঠিল কাঁহী, বাতি, শংখ,চাইৰেন ৷ সান্ধ্য আইনৰ কৰ্তব্যৰত লোকৰ প্ৰতি সন্মান জনালে লখিমপুৰ বাসীয়েও ৷

22:19 March 22

কৰিমগঞ্জতো সঁহাৰি জনতাৰ সান্ধ্য আইনৰ

কৰিমগঞ্জতো সঁহাৰি জনতাৰ সান্ধ্য আইনৰ

কৰিমগঞ্জ, 22 মাৰ্চঃ সমগ্ৰ দেশৰ লগতে সীমান্ত চহৰ কৰিমগঞ্জতো আজি পালন কৰা দেখা গ'ল জনতাৰ সান্ধ্য আইন ৷ 

22:05 March 22

হাত চাপৰি, তাল, কাঁহী-বাতি বজালে মিৰ্জাৰ NDRF বাহিনীৰ লোকসকলে

আজাৰা, 22 মাৰ্চঃ আজি দেশজুৰি সকলোৱে সমৰ্থন কৰিলে জনতাৰ সান্ধ্য আইন ৷ এই জনতাৰ সান্ধ্য আইনৰ প্ৰতি সমৰ্থন জনাইছে দেশৰ লগতে ৰাজ্যবাসীয়েও ৷ আজিৰ দিনটোত প্ৰায় জনশূন্য হৈ পৰিল সকলো অঞ্চল ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি সন্ধিয়া 5 বজাত হাত চাপৰি, তাল, কাঁহী-বাতি আদি বজালে মিৰ্জাস্থিত বৰ্ণিল টাৱাৰত থকা NDRF বাহিনীৰ লোকসকলে ৷ NDRF বাহিনীক বিশিষ্ট সমাজকৰ্মী অনিল দাসেও হাত চাপৰি বজাই সহযোগ কৰে ৷

20:57 March 22

কাঁহী বাটি আৰু শংখৰ ধ্বনিৰে মুখৰিতচ হ'ল ধুবুৰী

ধুবুৰী, 22 মাৰ্চঃ কাঁহী বাটি আৰু শংখৰ শব্দৰে ৰজনজন ধুবুৰী ৷ প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ সময়ত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জনাই ধুবুৰীত সন্ধিয়া 5 বজাৰ লগে লগে সকলোৱে হাত চাপৰিৰ লগতে বিভিন্ন সামগ্ৰী বজায় ৷ 

20:39 March 22

কোকৰাঝাৰতো জনতাৰ সান্ধ্য আইনৰ সৰ্বাত্মক প্ৰভাৱ

কোকৰাঝাৰ, 22 মাৰ্চঃ কোকৰাঝাৰতো জনতাৰ সান্ধ্য আইনৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় ৷ দেওবাৰে জনশূন্য হৈ পৰে কোকৰাঝাৰ জিলাৰ তামাৰহাট, পাগলাহাট, কুমাৰগঞ্জ, হাতীধূৰা, ডিংডিঙ্গা, গ্ৰাহামপুৰ, শ্ৰীৰামপুৰ, গোসাইগাঁও চহৰ, কচুগাও, চৰাইবিল, তুলসীবিল, ভাওৰাগুৰী, সাপটগ্ৰাম, সাপকাটা আদি এলেকা ৷ 

20:24 March 22

ডিমা হাছাওত জনতাৰ সান্ধ্য আইনৰ ব্যাপক প্ৰভাৱ

ডিমা হাছাও 22 মাৰ্চঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনতা কাৰ্ফিউৰ আহ্বানত ৰাইজৰ ব্যাপক সহাৰি দেখা গ'ল ডিমা হাছাও জিলাত । সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে ৰাইজে নিজকে নিজৰ ঘৰত আবদ্ধ কৰি থয় । ভাৰতবৰ্ষত যিদৰে কৰ'ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ ঘটনা বাঢ়ি গৈ আছে তাক লৈ শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ । 

Last Updated : Mar 22, 2020, 10:39 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.