ETV Bharat / state

হাফলঙত গালৱানত শ্বহীদ হোৱা 20 জন সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি - haflaong protest

বাঙালী কল্যাণ পৰিষদ আৰু লেডীজ ৱেলফেয়াৰ চছইটিয়ে দেওবাৰ সন্ধিয়া হাফলং জিলা কাৰ্যালৰ সন্মুখত 20 ভাৰতীয় সেনাৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷

haflaong protest aginest  china
হাফলঙত গালৱানত শ্বহীদ হোৱা 20 জন সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Jun 21, 2020, 9:01 PM IST

ডিমা হাছাও,21জুনঃ লাডাখ সীমান্তত গালৱানত দেশৰ সৰ্বভৌমত্ব ৰক্ষাৰ বাবে চীনা সেনাৰ হাতত শ্বহীদ বৰণ কৰা 20 জন ভাৰতৰ বীৰ সন্তানক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে বাঙালী কল্যাণ পৰিষদ আৰু লেডীজ ৱেলফেয়াৰ চছইটিয়ে দেওবাৰ সন্ধিয়া হাফলং জিলা কাৰ্যালৰ সন্মুখত দুটাকৈ সংগঠনৰ সদস্য আৰু সাধাৰণ ৰাইজে একত্ৰিত হৈ 20 জন শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্জলন কৰি শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ লগতে শ্বহীদ সেনা জোৱান সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰি 1মিনিট মেীন প্ৰাৰ্থনা কৰে।

হাফলঙত গালৱানত শ্বহীদ হোৱা 20 জন সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি

ইপিনে লেডীজ ৱেলফেয়াৰ চছাইটিৰ সভানেত্ৰী গোপা চৌধুৰীয়ে কয় দেশৰ সৰ্বভৌমত্ব ৰক্ষাৰ বাবে ভাৰত মাতৰ যি 20 গৰাকী জোৱানে শ্বহীদ হল ৷ তেওঁলোকৰ বলিদান ভাৰতৰ মানুহে কেতিয়াও পাহৰিৱ নোৱাৰে বুলি মন্তৱ্য কৰি দেশত চীনা সমগ্রী বয়কট কৰিৱৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় গোপা চৌধুৰীয়ে।

লগতে পঢকঃ শ্ৰীনগৰ এনকাউণ্টাৰঃ তিনিজন সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.