ETV Bharat / state

এন আৰ চিৰ চূড়ান্ত খচৰা : নাম নাহিল হাইপ্ৰফাইল ব্যক্তিৰ - দক্ষিণ অভয়াপুৰী সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক অনন্ত মালো

এন আৰ চিৰ চূড়ান্ত খচৰা ৷ চূড়ান্ত তালিকাত নাম সন্নিবিষ্ট নহ'ল কাছাৰ জিলাৰ কাটিগড়াৰ প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰ ভূঞা , দক্ষিণ অভয়াপুৰী সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক অনন্ত মালোৰ নাম ৷ যোগীঘোপাৰ চলন্তাপাৰাৰ নিবাসী অনন্ত মালোৰ পুত্ৰৰো নামো বাদ পৰিছে তালিকাৰ পৰা ৷ ইয়াকে লৈ দুয়োটা সমষ্টিতে সমষ্টিবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷সেনাবাহিনীত কৰ্মৰত জোৱানৰ লগতে সাংবাদিকৰো নাম নাই চূড়ান্ত তালিকাত ৷

এন আৰ চিত বাদ পৰিল হাইপ্ৰফাইল ব্যক্তিৰ নাম
author img

By

Published : Aug 31, 2019, 2:52 PM IST

Updated : Sep 1, 2019, 12:39 AM IST

কাছাৰ,31আগষ্টঃশনিবাৰে প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা ৷ সকলোকে আচৰিত কৰি, চূড়ান্ত তালিকাৰ পৰা বাদ পৰা 19,06,657 গৰাকী ব্যক্তিৰ মাজত নাম অন্তৰ্ভুক্ত হ'ল কেইবাগৰাকীও হাইপ্ৰফাইল ব্যক্তিৰ নাম৷ চূড়ান্ত তালিকাত নাম সন্নিবিষ্ট নহ'ল কাছাৰ জিলাৰ কাটিগড়াৰ প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰ ভূঞা , দক্ষিণ অভয়াপুৰী সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক অনন্ত মালোৰ নাম ৷ যোগীঘোপাৰ চলন্তাপাৰাৰ নিবাসী অনন্ত মালোৰ পুত্ৰৰো নামো বাদ পৰিছে তালিকাৰ পৰা ৷ ইয়াকে লৈ দুয়োটা সমষ্টিতে সমষ্টিবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

এন আৰ চিত বাদ পৰিল হাইপ্ৰফাইল ব্যক্তিৰ নাম

আনহাতে সকলো বৈধ নথি-পত্ৰ দাখিল কৰাৰ পিচতো দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলীৰ পৰিয়ালৰ চাৰিজন সদস্যৰ লগতে চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্ত হোৱা নাই জেষ্ঠ কন্যা ইমৰানাৰ ৷ বিধায়কজনৰ অভিযোগ, ষড়যন্ত্ৰ কৰি একাংশ বিষয়া কৰ্মচাৰীৰ জৰিয়তে ইচ্ছাকৃতভাবে কিছু প্ৰভাৱশালী লোকৰ নাম কৰ্তন কৰিছে চৰকাৰে ৷ সেনাবাহিনীত কৰ্মৰত জোৱানৰ লগতে সাংবাদিকৰো নাম নাই চূড়ান্ত তালিকাত ৷

কৰিমগঞ্জ চহৰৰ চেটেলমেন্ট কাৰ্যালয়ত থকা NSK-ত এগৰাকী প্ৰাক্তন সেনাকৰ্মীৰ নাম নাহিল চূড়ান্ত তালিকাত | সেনাত হাবিদালদাৰ হিচাপে কাম কৰি অৱসৰ গ্ৰহণৰ পাচত ৰেল আৰক্ষীত কৰ্মৰত বিমল চৌধুৰীৰ পৰিয়ালৰ সকলোৰে নাম অন্তৰ্ভূক্ত হৈছে যদিও বিমল চৌধুৰীৰ নাম বাদ পৰিছে ৷ ইয়াকে লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত ।

Intro:Silchar Big Breaking 31August

Nrc ৰ পৰা নাম বাদ গল কাছাৰ জিলাৰ কাটিগড়াৰ প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰভূইয়াৰ নাম ৷ আজি যি Nrc লিষ্ট প্ৰকাশ হৈছে তাত মাঝাৰভূইয়াৰ নাম Rejected আহিছে ৷Body:Silchar Big Breaking 31August

Nrc ৰ পৰা নাম বাদ গল কাছাৰ জিলাৰ কাটিগড়াৰ প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰভূইয়াৰ নাম ৷ আজি যি Nrc লিষ্ট প্ৰকাশ হৈছে তাত মাঝাৰভূইয়াৰ নাম Rejected আহিছে ৷Conclusion:Silchar Big Breaking 31August

Nrc ৰ পৰা নাম বাদ গল কাছাৰ জিলাৰ কাটিগড়াৰ প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰভূইয়াৰ নাম ৷ আজি যি Nrc লিষ্ট প্ৰকাশ হৈছে তাত মাঝাৰভূইয়াৰ নাম Rejected আহিছে ৷
Last Updated : Sep 1, 2019, 12:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.