ETV Bharat / state

স্বাধীনতা দিৱসৰ দিনাই ডিমা হাছাও আৰক্ষীৰ অভিযান

author img

By

Published : Aug 15, 2019, 8:33 PM IST

ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জানিবলৈ দিয়ৈ মতে,  ধৃত বিদ্যাত লাংথাচা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ বিত্ত সচিব মুছৰাং ওৰফে নাইডিং ডিমাছাৰ লগত বহু দিনৰ পৰা যোগাযোগ ৰক্ষা কৰি আহিছিল ।

Dimasa National Liberation Army

ডিমা হাছাও, 15 আগষ্টঃ ডিমাছা নেশ্বনেল লিবেৰেচন আৰ্মি চমুকৈ ডি এন এল এ নামৰ বিদ্ৰোহী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগত ডিমা হাছাও আৰক্ষীয়ে বৃহস্পতিবাৰে মাইবাং বজাৰৰ পৰা বিদ্যুৎ লাংথাচা ওৰফে ৰিংহাম ( 30 ) নামৰ এজন যুৱক আটক কৰে ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে পুৱা গোপন সূত্ৰৰ পম খেদি ডিমা হাছাও আৰক্ষী আৰু 11 নং অসম ৰাইফেলছৰ এটা দলে মাইবাং মহকুমাৰ লংগাওব্ৰ গাঁৱত অভিযানত চলাই যুৱক জনক আটক কৰিবলৈ সক্ষম হয় ৷ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জানিবলৈ দিয়ৈ মতে, ধৃত বিদ্যাত লাংথাচা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ বিত্ত সচিব মুছৰাং ওৰফে নাইডিং ডিমাছাৰ লগত বহু দিনৰ পৰা যোগাযোগ ৰক্ষা কৰি আহিছিল । ডিফু আৰক্ষী থানাৰ অন্তৰ্গত দলদলিৰ জুপুৰীয়া গাঁৱৰ বিদ্যুৎক বৰ্তমান লাংটিং আৰক্ষী থানাত জেৰা চলাই থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিছে ৷

Intro:ডিমা হাছাও ১৫ আগষ্ট: ডিমাছা ন্যাচনাল লিবোৰেচন আৰ্মি চুমুকৈ ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগত ডিমা হাছাও আৰক্ষী আৰু ১১ অসম ৰাইফেলছৰ আজি ৰাতিপূয়া ৬ টা বজাত এজন যুৱক আটক কৰে।Body:গোপন সূত্ৰৰ খবৰৰ ভিত্তি কৰি যোৱা কালি ৰাতি ২ টা বজাত ডিমা হাছাও আৰক্ষী আৰু ১১ অসম ৰাইফেলছ মাইবাং মহকুমাৰ লংগাওব্ৰ গাঁওত অভিযানত নামি আজি ৰাতি পোৱা ৬ টা বজাত মাইবাং বজাৰৰ পৰা বিদ্যাত লাংথাচা ওৰফে ৰিংহাম (৩০)-ক আটক কৰে।Conclusion:ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টি-য়ে জনায় ধৃত বিদ্যাত লাংথাচা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ বিত্ত সচিব মুছৰাং ওৰফে নাইডিং ডিমাছাৰ লগত যোগাযোগ ৰক্ষা কৰি চলি আছিল। ধৃত বিদ্যুতৰ ঘৰ ডিফু আৰক্ষী থানাৰ দলদলিৰ জুপুৰীয়া গাঁওত। বৰ্তমানে বিদ্যুৎক আটক কৰি লাংটিং আৰক্ষী থানাত সুদপুচ চলিয়াছে বলি জনায় আৰক্ষী অধীক্ষকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.