ETV Bharat / state

ডিমা হাছাওত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 202 লৈ বৃদ্ধি - Dima Hasao

ডিমা হাছাওত বৰ্তমানলৈকে ক'ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 202 গৰাকী ৷ ইয়াৰ ভিতৰত আৰোগ্য লাভ কৰিছে 174 গৰাকীয়ে আৰু হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 28 গৰাকী ৰোগী ৷

Covid 19 positive case reaches to 202 in Dima Hasao
ডিমা হাছাওত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 202 লৈ বৃদ্ধি
author img

By

Published : Aug 7, 2020, 10:57 AM IST

ডিমা হাছাও,7 আগষ্টঃ ডিমা হাছাও জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ জিলাখনত নতুনকৈ 5 জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷ ৰেপিড এন্টিজেন টেষ্টত ডিমা হাছাওৰ দিয়ুংমুখ চেকপোষ্টত 3 গৰাকী আৰু মানদাৰদিছা চেকপোষ্টত 2 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ বীজাণু ৷

বৰ্তমানলৈকে জিলাখনত ক'ভিড-19ত আক্ৰান্ত হৈছে মুঠ 202 গৰাকী ৷ ইয়াৰ ভিতৰত আৰোগ্য লাভ কৰিছে 174 গৰাকীয়ে আৰু হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 28 গৰাকী ৰোগী ৷

লগতে পঢ়ক-বন্দুক দেখুৱাই দুৰ্বৃত্তই লুটি নিলে স্কুটিসহ নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.