ETV Bharat / state

ৰাজ্যত 2021 চনত চৰকাৰ গঠন কৰিব কংগ্ৰেছে: মাংবে ৰংপি - উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদ

সংবাদমেলত বিজেপি দলক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে ৷ মাংবে ৰংপিয়ে সংবাদমেলত প্ৰশ্ন উত্থাপন কৰি কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ এজন চার্জচিট থকা ব্যক্তিক উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ সিইএম পদত ৰাখিছে ।

congress will win in 2021 election: mangbe rangpi
ৰাজ্যত 2021 চনত চৰকাৰ গঠন কৰিব কংগ্ৰেছে: মাংবে ৰংপি
author img

By

Published : Oct 6, 2020, 8:23 PM IST

ডিমা হাছাও, 6 অক্টোবৰ: ৰাজ্যত 2021 চনত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। মঙ্গলবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ দায়িত্বত থকা মাংবে ৰংপিয়ে কয় যে, "অহা 2021 চনত ৰাজ্যত কংগ্ৰেছৰেই চৰকাৰ গঠন হ'ব। ৰাজ্যত আগন্তক বিধান সভা নিৰ্বাচনৰ বাবে যি মহাজোঁট বন্ধন হব তাক লৈ ৰাইজৰ ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলে। আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ডিমা হাছাও জিলাত ভাল ফলাফল কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰে মাংবে ৰংপিয়ে।

ৰাজ্যত 2021 চনত চৰকাৰ গঠন কৰিব কংগ্ৰেছে: মাংবে ৰংপি

আনহাতে সংবাদমেলত বিজেপি দলক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে ৷ মাংবে ৰংপিয়ে সংবাদমেলত প্ৰশ্ন উত্থাপন কৰি কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ এজন চার্জচিট থকা ব্যক্তিক উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ সিইএম পদত ৰাখিছে ।

লগতে পঢ়ক: বিশ্বনাথত যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.