ETV Bharat / state

দল বিৰোধী কাম কৰাৰ অভিযোগ অস্বীকাৰ ৰাহুল নাইডিঙৰ - BJP leader

ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে উত্থাপন কৰা অভিযোগক অস্বীকাৰ কৰিছে বিজেপি সদস্য ৰাহুল নাইডিঙে ৷ দল বিৰোধী কাম কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্য ৰাহুল নাইডিং বিজেপি দলৰ পৰা বহিষ্কৃত হোৱা বুলি সংবাদমেল সম্বোধন কৰাৰ তিনি পাচত মুখ খুলিছে ৰাহুল নাইডিঙে ৷

দল বিৰোধী কাম কৰাৰ অভিযোগ অস্বীকাৰ বিজেপি নেতা ৰাহুল নাইডিঙৰ

author img

By

Published : Mar 27, 2021, 6:31 PM IST

ডিমা হাছাও,27 মাৰ্চ: বিগত সপ্তাহত সংবাদমেল যোগে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে উত্থাপন কৰা অভিযোগক অস্বীকাৰ কৰিছে বিজেপি সদস্য ৰাহুল নাইডিঙে ৷ দল বিৰোধী কাম কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্য ৰাহুল নাইডিং বিজেপি দলৰ পৰা বহিষ্কৃত হোৱা বুলি সংবাদমেল সম্বোধন কৰাৰ তিনি পাচত মুখ খুলিছে ৰাহুল নাইডিঙে ৷

দল বিৰোধী কাম কৰাৰ অভিযোগ অস্বীকাৰ বিজেপি নেতা ৰাহুল নাইডিঙৰ

নাইডিঙে কয়, বিৰুদ্ধে দল বিৰোধী কাম কৰাৰ যি অভিযোগ উত্থাপন হৈছে সেয়া সম্পূৰ্ণ ভিত্তিহীন ৷ ডিমা হাছাও জিলা বিজেপিয়ে মোক প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰাৰ খবৰ মই সংবাদ মাধ্যম যোগেহে জানিব পাৰিছো ৷ কিন্তু দলৰ পৰা কোনো জাননী প্ৰেৰণ কৰা নাই ৷ মই ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসৰ আগত বিষয়টো অৱগত কৰাত সভাপতি গৰাকীয়ে কয়, দলৰ পৰা বহিষ্কাৰ কৰাৰ অধিকাৰ অকল সভাপতি গৰাকীৰহে আছে ৷

লগতে নেতা নাইডিঙে কয়, আগৰ পৰাই বিজেপিত আছিলো, এতিয়াও থাকিম ৷ দলৰ বিৰুদ্ধে গৈ কোনো কাম কৰা নাই আৰু নকৰো ৷ কিন্তু জিলা বিজেপিৰ এটা লবীয়ে মোক হ্যেয় কৰাৰ বাবে উঠি পৰি লাগিছে ৷ গতিকে সকলো অভিযোগ ভিত্তিহীন ৷

লগতে পঢ়ক: কলিয়াবৰত বিয়লি 3 বজালৈ 65.41 শতাংশ ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.