ETV Bharat / state

Accident in Lepetkata tea estate: চলন্ত মেচিনে এৰুৱাই নিলে যুৱতীৰ মূৰৰ চুলি-ছাল

author img

By

Published : Jul 19, 2022, 8:08 PM IST

ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা ৷ চলন্ত চিটিচি মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ফেক্টৰীত কৰ্মৰত যুৱতী (Woman worker falls into machine at factory) ৷ লেপেটকটা চাহ বাগিচাত সংঘটিত হয় এই ঘটনা ৷

Lepetkata tea estate
চলন্ত মেচিনে এৰুৱাই নিলে যুৱতীৰ মূৰৰ চুলি-ছাল

ডিব্ৰুগড়, 19 জুলাই: ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ কাৰখানাত ভয়ংকৰ ঘটনা (Accident in Lepetkata tea estate) । চলন্ত চিটিচিত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ফেক্টৰীত কৰ্মৰত যুৱতী (Woman worker falls into machine at factory) ।

লেপেটকটা চাহ বাগিচাৰ লক্ষ্মী টি কোম্পানীৰ অধীনত কৰ্মৰত মইনা নায়ক নামৰ যুৱতীগৰাকীৰ মূৰৰ চুলি আৰু ছাল সম্পূৰ্ণৰূপে এৰুৱাই নিলে ফেক্টৰীৰ চিটিচি মেচিনে‌ ।

যুৱতীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: Mechanized boat: বৰপেটাৰ কান্দাপাৰাত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.