ETV Bharat / state

ৰোগীৰ খবৰ ল'বলৈ আহি সন্ধানহীন মহিলা

খুৰীয়েকৰ অসুখৰ খবৰ ল'বলৈ আহি নিৰুদ্দেশ মহিলা ৷ টিংখাঙৰ ধোৱাপথাৰ লাচিতনগৰ গাঁৱৰ পৰা সন্ধানহীন এগৰাকী বিবাহিতা মহিলা ৷

author img

By

Published : Nov 19, 2019, 6:59 PM IST

টিংখাঙত সন্ধানহীন মহিলা

ডিব্ৰুগড়, 19 নৱেম্বৰ : ডিব্ৰুগড় টিংখাঙৰ ধোৱাপথাৰ লাচিত নগৰ গাঁৱৰ পৰা সন্ধানহীন এগৰাকী বিবাহিতা মহিলা । চন্দ্ৰ তামাঙৰ পত্নী আৰু এটি সন্তানৰ মাতৃ তাৰা তামাং নামৰ মহিলাগৰাকী বিগত ২৮ অক্টোৱৰৰ পৰাই সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলজুৰি ৷

টিংখাঙত সন্ধানহীন মহিলা

খবৰ অনুসৰি, বিগত ২৮ অক্টোৱৰত চৰাইদেউ জিলাৰ বিমলাপুৰত থকা খুৰীয়েকৰ অসুখৰ খবৰ ল'বলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী । স্বামীৰ লগতে পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ সৈতে সোধ-পোচ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই মহিলা গৰাকীৰ । পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত বৰবাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

Intro:টিংখাঙত মহিলা সন্ধানহীন :

Body:টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ধোৱাপথাৰ লাচিতনগৰ গাঁৱৰ পৰা এগৰাকী বিবাহিতা মহিলা সন্ধানহীন। চন্দ্ৰ তামাঙৰ পত্নী তাৰা তামাং (৩৯ ) এটি সন্তান ৰ মাতৃ যোৱা ২৮ অক্টোবৰ পৰা সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰামতে, ২৮ অক্টোবৰ দিনা চৰাইদেউ জিলাৰ বিমলাপুৰত থকা খুৰীয়েকৰ অসুখৰ খবৰ লবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে। স্বামী লগতে পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ সৈতে সোধা-পোছা কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই। পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত বৰবাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। মহিলা গৰাকীৰ সন্ধানহীন হৈ থকাত পৰিয়ালটোৰ সদস্যসকলে দুঃচিন্তাত সময় পাৰ কৰিব লগা হৈছে৷

Byte - স্বামী।

টিংখাঙৰ পৰা দীপক গগৈConclusion:Doo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.