ETV Bharat / state

বিধায়ক বিমল বৰাৰ পদত্যাগৰ হুংকাৰ - বিমল বৰাৰ ফেচবুক পোষ্ট বাতৰি

জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা টিংখাংৰ বিজেপি বিধায়ক বিমল বৰাৰ ৷ জাতিৰ স্বাৰ্থত প্ৰয়োজন হ’লে বিধায়ক পদ ত্যাগ কৰিম বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷

Tingkhong MLA Bimal Boarah Facebook post
বিধায়ক বিমল বৰাৰ পদত্যাগৰ হুংকাৰ
author img

By

Published : Dec 11, 2019, 10:00 AM IST

টিংখাং, 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে জ্বলিছে ক্ষোভৰ জুই ৷ তাৰ মাজতে চৰ্চা লাভ কৰিছে শাসকীয় দলৰ এগৰাকী বিধায়কৰ এটা ফেচবুক পোষ্টে ৷ জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা টিংখাংৰ বিজেপি বিধায়ক বিমল বৰাৰ ৷

Tingkhong MLA Bimal Boarah Facebook post
বিমল বৰাৰ ফেচবুক পোষ্ট

উল্লেখ্য যে, উক্ত ফেচবুক পোষ্টটোৰ জৰিয়তে বিধায়ক বিমল বৰাই "কেব গৃহীত হোৱাৰ পিছৰ তাৰিখৰ পৰা এক কোটি আশী লাখ বাদেই নতুনকৈ এটাও যদি হিন্দু বাংলাদেশী টিংখাং সমষ্টিলৈ আহে, মই জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰিম বুলি কথা দিলো" বুলি ব্যক্ত কৰে ৷ বিজেপি বিধায়কগৰাকীৰ পদত্যাগৰ এই হুংকাৰে সম্প্ৰতি লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক- ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ দেহাৱসান

Intro:কেব গৃহীত হোৱাৰ পিছৰ তাৰিখৰ পৰা এক কোটি আশী লাখটো বাদেই নতুনকৈ এটাও যদি হিন্দু বাংলাদেশী টিংখাং সমষ্টিলৈ আহে মই জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰাৰ হুংকাৰ বিধায়ক বিমল বড়াৰ ।Body:টিংখাং-নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰ্বত্ৰে এতিয়া জ্বলিছে ক্ষোভৰ জুই। তাৰ মাজতে টিংখাঙৰ বিজেপি বিধায়ক বিমল বড়াৰ ঘোষণা পদত্যাগৰ।ছচিয়েল মিডিয়া যোগে এই কথা ঘোষণা কৰি বিধায়কগৰাকীৰ।কেব গৃহীত হোৱাৰ পিছৰ তাৰিখৰ পৰা এক কোটি আশী লাখটো বাদেই নতুনকৈ এটাও যদি হিন্দু বাংলাদেশী টিংখাং সমষ্টিলৈ আহে ; মই জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰিম ।
কথা দিলো। এই বুলি নিজৰ ফেচবুকত উল্লেখ কৰিছে ।বিজেপি বিধায়কৰ পদত্যাগৰ হুংকাৰে লাভ কৰিছে চৰ্চা।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.