ETV Bharat / state

টিংখাং সমষ্টিৰ ৫০১ টা ভূমিহীন শ্ৰমিক পৰিয়ালক দিয়া হ'ব ভূমি আবন্টন - চিলিং ভূমি অধিগ্ৰহণ কৰি থকা ৫০১ টা ভূমিহীন শ্ৰমিক পৰিয়াল

মাত্ৰ দুমাহৰ ভিতৰতে টিংখাঙৰ বিধায়ক বিমল বৰাৰ তৎপৰতাত গ্ৰহণ কৰা হয় এক বিশেষ পদক্ষেপে নতুন আশা কঢ়িয়াই আনিছে টিংখাং সমষ্টিৰ বাগিছাৰ চিলিং ভূমি অধিগ্ৰহণ কৰি থকা ৫০১ টা ভূমিহীন শ্ৰমিক পৰিয়াললৈ ৷

টিংখাং সমষ্টিৰ ৫০১ টা ভূমিহীন শ্ৰমিক পৰিয়ালক দিয়া হ'ব ভূমি আৱন্টন

author img

By

Published : Mar 7, 2020, 10:06 AM IST

Updated : Mar 7, 2020, 12:21 PM IST

টিংখাং,7 মাৰ্চঃ টিংখাঙৰ বিধায়ক বিমল বৰাৰ তৎপৰতাত গ্ৰহণ কৰা হয় এক বিশেষ পদক্ষেপ ৷ মাত্ৰ দুমাহৰ ভিতৰতে টিংখাং সমষ্টিৰ বাগিছাৰ চিলিং ভূমি অধিগ্ৰহণ কৰি থকা ৫০১ টা ভূমিহীন শ্ৰমিক পৰিয়ালক দিয়া হ'ব ভূমি আবন্টন ৷ ৰাজহ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়া,কৰ্মচাৰীসকলৰ লগতে গাঁওবুঢ়াৰ তৎপৰতাত এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয় বিধায়ক গৰাকীয়ে ৷ মাত্ৰ দুটা মাহৰ ভিতৰতে বিধায়ক গৰাকীৰ এই পদক্ষেপে এতিয়া নতুন আশা কঢ়িয়াই আনিছে শ্ৰমিক পৰিয়াল সমূহলৈ ৷

টিংখাং সমষ্টিৰ ৫০১ টা ভূমিহীন শ্ৰমিক পৰিয়ালক দিয়া হ'ব ভূমি আবন্টন

লগতে পঢ়কঃ নিৰ্বাচন সমূখত থাকিলে বাজেটত ইয়াৰ প্ৰতিফলন ঘটিবইঃ কুমাৰ দীপক দাস

Last Updated : Mar 7, 2020, 12:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.