ETV Bharat / state

এক জানুৱাৰীৰ দিনাই আছুৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ টিংখাঙত

নতুন বছৰৰ প্ৰথম দিনাই অনশনত বহিল ছাত্ৰ সন্থাৰ একংশ কৰ্মী ৷ বুধবাৰে 12 ঘন্টিয়া অনশনত বহিল সদৌ অসম ছাত্ৰ সন্থাৰ টিংখাঙৰ কৰ্মীসকল ৷

author img

By

Published : Jan 1, 2020, 11:26 AM IST

এক জানুৱাৰীৰ দিনাই আছুৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ টিংখাঙত
এক জানুৱাৰীৰ দিনাই আছুৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ টিংখাঙত

টিংখাং,1 জানুৱাৰীঃচাওতে চাওতে পুৰণি বছৰে বিদায় ল'লে ৷ নৱবৰ্ষৰ এই মূহুৰ্ততো ৰাজ্যত ৰাইজে পাহৰা নাই cৰ কথা ৷ এতিয়াও অব্যাহত আছে কা বিৰোধী আন্দোলন ৷ ডিব্ৰুগড়ৰ টিংখাঙত নৱবৰ্ষৰ প্ৰথম দিনাই প্ৰতিবাদ ৷ টিংখাঙৰ ৰাজগড়ত 12 ঘন্টিয়া অনশনত বহিল সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ কৰ্মী ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বুধাবাৰে পুৱাই অনশন কাৰ্যসূচী গ্ৰহণ কৰে আছু নেতৃত্বই ৷ তেওঁলোকৰ দাবী শীঘ্ৰেই জাতিধ্বংসী আইনখন বাতিল নকৰিলে অব্যাহত ৰাখিব আন্দোলন ৷

লগতে চাওকঃআদালতৰ নিৰ্দেশত বৰপেটা জিলা কাৰাগাৰলৈ প্ৰেৰণ শৃংখল চলিহাক

Intro:টিংখাঙৰ ৰাজগড়ত "কা" বাতিলত দাবীত আছুৰ 12 ঘন্টিয়া অনশন।

Body:টিংখাং - আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। ৰাজ্যত বৰ্তমানো অব্যাহত আছে কা" বিৰুধী প্ৰতিবাদ। টিংখাঙৰ ৰাজগড়ত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুৱাই আছুৰ 12 ঘন্টিয়া অনশন কাৰ্যসূচী । ডিব্ৰুগড়ৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এই কাৰ্যসূচী। বিজেপি চৰকাৰ খন পুলি এ পোখাই উৎখাট নকৰা পৰ্যন্ত ধাৰাবাহিক আন্দোলন চলাৰ হুংকাৰ আছুৰ কৰ্মীৰ।

বাইট-আছু কৰ্মী।

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.