ETV Bharat / state

লাহোৱালত উদ্ধাৰ লতা মাকৰী বাঘ - দ‌ঙৰপথাৰ

বুধবাৰে লাহোৱালত উদ্ধাৰ কৰা হয় এটা লতা মাকৰী বাঘ ৷ এই লতা মাকৰী বাঘটো পিঞ্জৰাত আৱদ্ধ কৰি নৈশ ভোজনৰ বাবে ৰখাৰ সময়তে লাহোৱাল আৰক্ষীয়ে উদ্ধাৰ কৰে বাঘটো ৷

tiger rescued in Lahore
লাহোৱালত উদ্ধাৰ লতা মেকুৰী বাঘ
author img

By

Published : Nov 4, 2020, 10:09 PM IST

Updated : Nov 5, 2020, 6:09 AM IST

ডিব্ৰুগড়,4নৱেম্বৰ: লাহোৱালত উদ্ধাৰ কৰা হয় এটা লতা মাকৰী বাঘ । লাহোৱাল সমষ্টিৰ অন্তৰ্গত দ‌ঙৰপথাৰ গাঁৱৰ পৰা লতা মাকৰী বাঘটো উদ্ধাৰ কৰিছে লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাই ।

লাহোৱালত উদ্ধাৰ লতা মাকৰী বাঘ

প্ৰাপ্ত তথ্য অনুসৰি, কিছু ব্যক্তিয়ে উক্ত লতা মাকৰী বাঘটো পিঞ্জৰাত আৱদ্ধ কৰি নৈশ ভোজনৰ বাবে ব্যৱস্থা কৰিছিল । লাহোৱাল আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি লতা মাকৰী বাঘটো উদ্ধাৰ কৰি ডিব্ৰুগড় বন সংমণ্ডলক চমজাই দিয়ে ৷

অন্য এক খবৰৰ বাবে: কৰিমগঞ্জত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও

Last Updated : Nov 5, 2020, 6:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.