- মুখ্যমন্ত্ৰীৰ গৃহজিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ
- গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ গৃহজিলাতেই উদ্ধাৰ অত্যাধুনিক মাৰণাস্ত্ৰ
- ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিনাদ্বিধাই বলে'ৰ গাড়ীত লৈ যোৱা হৈছিল মেগজিনসহ AK-56 ৰাইফল
- উদ্ধাৰ হৈছে বৃহৎ টোপোলাত পাহাৰীয়া এলেকাৰ বনৌষধ, বিশেষকৈ দুৰ্গম এলেকাত ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় সামগ্ৰী, চিৰিঞ্জ ইত্যাদি
- মাৰণাস্ত্ৰলৈ AS-23N-0173 নম্বৰৰ বলে'ৰ ডিমাপুৰৰ পৰা আহিছিল দুগৰাকী মহিলাসহ এজন লোক
- বিমানবন্দৰ থকা ডিব্ৰুগড়ৰ মোহনবাৰীৰ সমীপত লাহোৱাল আৰক্ষীয়ে আটক কৰে বলে'ৰসহ তিনিওজনক
- ঘটনাৰ পিছতেই ডিব্ৰুগড়ৰ আৰক্ষীয়ে আৰম্ভ কৰে তৎপৰতা
- লাহোৱাল থানাত অতিৰিক্ত আৰক্ষী অধীক্ষকসহ এটা দলে আৰম্ভ কৰে মাৰাথন জেৰা
- আটকাধীন লোককেইজন বদৰুল আলম,চাইনু,আকুয়া উপিং
- তিনিওৰে ঘৰ অৰুণাচলৰ চাংলাং জিলাৰ জয়ৰামপুৰত
- ধৃত মহিলা দুগৰাকীয়ে ঔষধসমূহ ডিমাপুৰৰ পৰা অৰুণাচলৰ জয়ৰামপুৰলৈ বুলি নিজৰ লগত লৈ গৈছিল
- আৰক্ষীৰ জেৰাত মাৰণাস্ত্ৰ সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰিছে
- ইফালে ধৃত ব্যক্তিকেইগৰাকী কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে
ভয়ংকৰঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ!! - ডিব্ৰুগড়ৰ
উদ্ধাৰ হৈছে বৃহৎ টোপোলাত পাহাৰীয়া এলেকাৰ বনৌষধ,দুৰ্গম এলেকাত ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় সামগ্ৰী, চিৰিঞ্জ ইত্যাদি
ভয়ংকৰঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ
- মুখ্যমন্ত্ৰীৰ গৃহজিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ
- গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ গৃহজিলাতেই উদ্ধাৰ অত্যাধুনিক মাৰণাস্ত্ৰ
- ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিনাদ্বিধাই বলে'ৰ গাড়ীত লৈ যোৱা হৈছিল মেগজিনসহ AK-56 ৰাইফল
- উদ্ধাৰ হৈছে বৃহৎ টোপোলাত পাহাৰীয়া এলেকাৰ বনৌষধ, বিশেষকৈ দুৰ্গম এলেকাত ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় সামগ্ৰী, চিৰিঞ্জ ইত্যাদি
- মাৰণাস্ত্ৰলৈ AS-23N-0173 নম্বৰৰ বলে'ৰ ডিমাপুৰৰ পৰা আহিছিল দুগৰাকী মহিলাসহ এজন লোক
- বিমানবন্দৰ থকা ডিব্ৰুগড়ৰ মোহনবাৰীৰ সমীপত লাহোৱাল আৰক্ষীয়ে আটক কৰে বলে'ৰসহ তিনিওজনক
- ঘটনাৰ পিছতেই ডিব্ৰুগড়ৰ আৰক্ষীয়ে আৰম্ভ কৰে তৎপৰতা
- লাহোৱাল থানাত অতিৰিক্ত আৰক্ষী অধীক্ষকসহ এটা দলে আৰম্ভ কৰে মাৰাথন জেৰা
- আটকাধীন লোককেইজন বদৰুল আলম,চাইনু,আকুয়া উপিং
- তিনিওৰে ঘৰ অৰুণাচলৰ চাংলাং জিলাৰ জয়ৰামপুৰত
- ধৃত মহিলা দুগৰাকীয়ে ঔষধসমূহ ডিমাপুৰৰ পৰা অৰুণাচলৰ জয়ৰামপুৰলৈ বুলি নিজৰ লগত লৈ গৈছিল
- আৰক্ষীৰ জেৰাত মাৰণাস্ত্ৰ সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰিছে
- ইফালে ধৃত ব্যক্তিকেইগৰাকী কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে
A_dib_27jun_801to804_arms_jesim
এতিয়া মুখ্যমন্ত্ৰীৰ গৃহজিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনলৈ মাৰণাস্ত্ৰ
গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ গৃহজিলাতেই উদ্ধাৰ অত্যাধুনিক মাৰণাস্ত্ৰ।
ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিনাদ্বিধাই বলে'ৰ গাড়ীত আনি থকা হৈছিল মেগজিনসহ Ak56 ৰাইফল
উদ্ধাৰ হৈছে বৃহৎ টোপোলাত পাহাৰীয়া এলেকাৰ বনৌষধ, আৰু বিশেষকৈ দুৰ্গম এলেকাত ব্যৱহাৰ কৰা অতিপ্ৰয়োজনীয় সামগ্ৰী চিৰিঞ্জ ইত্যাদি।
মাৰণাস্ত্ৰলৈ এ এছ ২৩ এন ০১৭৩ নম্বৰৰ বলেৰ ডিমাপুৰৰ পৰা আহিছিল দুগৰাকী মহিলাসহ এজনলোক ।
বিমানবন্দৰ থকা ডিব্ৰুগড়ৰ মোহনবাৰীৰ সমীপত লাহোৱাল আৰক্ষীয়ে আটক কৰে বলেৰসহ তিনিওজনক।ঘটনাৰ পিছতেই ডিব্ৰুগড়ৰ আৰক্ষীয়ে আৰম্ভ কৰে তৎপৰতা।লাহোৱাল থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক সহ এটা দলে আৰম্ভ কৰে মাৰাথান জেৰা।আটকাধীন তিনিওক্ৰমে বদৰুল আলম,চাইনু,আকুয়া উপিং।তিনিওৰে ঘৰ অৰুনাচলৰ চাংলাং জিলাৰ জয়ৰামপুৰত।ধৃত মহিলা দুগৰাকীয়ে এই ঔষধসমূহ ডিমাপুৰৰ পৰা অৰুনাচলৰ জয়ৰামপুৰলৈ বুলি নিজৰ লগত লৈগৈছিল বুলি উল্লেখ কৰি মাৰণাস্ত্ৰ সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰিছে ।কিন্তুু এনেদৰে দুৰ্গম এলেকালৈ মাৰণাস্ত্ৰসহ ঔষধ সৰবৰাহ কৰা ঘটনাই কোনো উগ্ৰপন্থি সংগঠনক এই সামগ্ৰীসমূহ যোগান ধৰিবলৈ নিয়া বুলি গুৰুতৰ ইংগিত প্ৰদান।
ইফালে ধৃত ব্যক্তিকেইগৰাকী কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ