ETV Bharat / state

চাবুৱাৰ ৰহমৰীয়াত মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি - preparation for magh bihu at chabua

ৰাজ্যৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাটো আৰম্ভ কৰা হৈছে মাঘ বিহুৰ প্ৰস্তুতি ৷ জিলাখনৰ আন আন অঞ্চলৰ লগতে বুধবাৰে চাবুৱাৰ ৰহমৰীয়া গাঁওবাসীয়ে একেলগে ওলাই আহি ৰাজহুৱাকৈ বিহু পালনৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয় ৷

preparation-for-magh-bihu-at-chabua
চাবুৱাৰ ৰহমৰীয়াত মাঘ বিহুৰ ব্যাপক প্ৰস্ততি
author img

By

Published : Jan 6, 2021, 10:21 PM IST

মৰাণ, 6 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ লগে লগে ৰাজ্যত ভোগালী বিহু পালনৰ বাবে চহা কৃষকসকলে আনন্দ-উল্লাসৰ মাজেৰে বিহুৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে । ইয়াৰ সমান্তৰালভাৱে বুধবাৰে চাবুৱাৰ ৰহমৰীয়াত গাঁওবাসীয়ে ওলাই আহি ৰাজহুৱাকৈ বিহু পালনৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয় ৷

preparation-for-magh-bihu-at-chabua
চাবুৱাৰ ৰহমৰীয়াত মাঘ বিহুৰ ব্যাপক প্ৰস্ততি

উল্লেখ্য যে, অতীজৰে পৰাই চাবুৱাৰ ৰহমৰীয়াত পৰম্পৰাৰগতভাৱে মাঘ বিহু পালন কৰি আহিছে গাঁওবাসীয়ে ৷ মাঘৰ বিহুৰ স্বকীয়তা আৰু পৰম্পৰা আধুনিকতাৰ কৱলত পৰি হেৰাই গৈছে যদিও ডিব্ৰুগড় চাবুৱাৰ ৰহমৰীয়াত ৰাইজে আজিও মাঘ বিহুৰ ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি পালন কৰি আহিছে ৷

লগতে পঢ়ক: মৰাণৰ আহোম পথাৰৰ পৰা আৰম্ভ হ'ব অসমৰ আঞ্চলিকতাবাদৰ নতুন ধাৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.