ETV Bharat / state

মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত নেতৃত্বক সম্বৰ্ধনা

author img

By

Published : Nov 24, 2020, 6:51 AM IST

সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি দিপাংক কুমাৰ নাথ,লগতে সন্থাৰ উপ-সভাপতি মাণিক গগৈ,প্ৰকাশ চন্দ্ৰ দাস,সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত দত্তক "মৰাণ আঞ্চলিক ছাত্ৰ সন্থা"ৰ তৰফৰ পৰা সম্বৰ্ধনা ৷

মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত নেতৃত্বক সম্বৰ্ধনা
মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত নেতৃত্বক সম্বৰ্ধনা

মৰাণ,24 নৱেম্বৰঃ দুলীয়াজানৰ সপ্তদশ অধিৱেশনৰ পাছতে গঠন হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতি খনক লৈ ৰাজ্যজুৰি আছু কৰ্মী সকলৰ মাজত উচাহ দেখিবলৈ পোৱা গৈছে।

সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি দিপাংক কুমাৰ নাথ,লগতে সন্থাৰ উপ-সভাপতি মাণিক গগৈ,প্ৰকাশ চন্দ্ৰ দাস,সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত দত্তক "মৰাণ আঞ্চলিক ছাত্ৰ সন্থা"ৰ তৰফৰ পৰা "মৰাণ আঞ্চলিক ছাত্র সন্থা"ৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি সভাপতি দীপাংক কুমাৰ নাথে কয়-জাতীয় স্বাৰ্থত ছাত্ৰ সন্থাই কোনো বিষয়তে আপোচ নকৰে ।

লগতে চাওকঃ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বাতিল কৰিলে লাচিত দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.