ETV Bharat / state

নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ

author img

By

Published : Aug 30, 2020, 10:33 AM IST

‘কৰম পৰব’ত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ ৷ শনিবাৰে এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আটছাৰ নাহৰকটীয়া শাখাই ৷

Naharkatiya ATSA protest
নাহৰকটিয়াত আটছাৰ প্ৰতিবাদ

নাহৰকটীয়া,30 আগষ্টঃ ‘কৰম পৰব’ত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ ৷ শনিবাৰে এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আটছাৰ নাহৰকটীয়া শাখাই ৷ উল্লেখ্য যে, ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা হয় চাহ জনগোষ্ঠীসকলৰ কৰম পৰব উৎসৱ ৷ কিন্তু দীৰ্ঘদিনীয়া দাবীৰ পিছতো এই দিনটোত চৰকাৰী বন্ধৰ ঘোষণা নকৰিলে কোনো এখন চৰকাৰে ৷ ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷

নাহৰকটিয়াত আটছাৰ প্ৰতিবাদ

চাহ জনগোষ্ঠীৰ লোকসকলৰ দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণৰ বাবে শনিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত আহ্বান জনায় আটচা নাহৰকটীয়া শাখাৰ কৰ্মকৰ্তাসকলে ৷ আনহাতে, তেঁওলোকৰ দাবীসমূহ পূৰণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক-আঞ্চলিক গণ মৰ্চাৰ সংগ ত্যাগ এল ডি পিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.