ETV Bharat / state

চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসূতিয়ে প্ৰাণ হেৰুওৱাৰ অভিযোগ

ৰাজ্যত পুনৰ চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ প্ৰাণ যোৱাৰ ঘটনা পোহৰলৈ আহিছে (Patient death due to doctors negligence)৷ দুলীয়াজানত এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে (A pregnant women died at Duliajan)৷

A pregnant lady died at Duliajan
চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে প্ৰসূতিয়ে
author img

By

Published : Aug 30, 2022, 12:54 PM IST

  • ৰাজ্যত পুনৰ চিকিৎসকৰ গাফিলতিৰ ঘটনা
  • দুলীয়াজানত চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে প্ৰসূতিয়ে
  • মৃত মহিলাগৰাকী দুলীয়াজানৰ কছাৰী পথাৰৰ বিকাশ নায়কৰ পত্নী বাসন্তী নায়ক
  • প্ৰসূতি গৰাকীক প্ৰথমে দুলীয়াজানৰ কছাৰী পথাৰ চিকিৎসালয়লৈ নিয়া হৈছিল
  • পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ
  • অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন অৱস্থাত প্ৰসূতি গৰাকীয়ে জন্ম দিয়ে এটি সন্তান
  • ইয়াৰ পিছতে প্ৰসূতি গৰাকী হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসকে দ্বিতীয়বাৰৰ বাবে অস্ত্ৰোপচাৰ কৰে
  • অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকে প্ৰসূতি গৰাকীৰ মৃত্যু বুলি পৰিয়ালক কৰিলে অৱগত
  • ইফালে চিকিৎসকৰ ভুলৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ পৰিয়ালৰ লোকৰ
  • এই ঘটনাৰ পাছতেই প্ৰসূতিগৰাকীৰ গৃহ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.