ETV Bharat / state

চাবুৱাত বিজেপিৰ বিষয়ববীয়াৰ মাস্ক বিতৰণ

author img

By

Published : Apr 26, 2021, 10:49 AM IST

চাবুৱাত সাধাৰণ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰিলে বিজেপিৰ বুথ কমিটিৰ বিষয়ববীয়াই ৷ সমগ্ৰ ৰাজ্যত ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ বুথ কমিটিৰ বিষয়ববীয়াসকলে এই পদক্ষেপ গ্ৰহণ কৰে ৷

চাবুৱাত বিজেপি বুথ কমিটিৰ বিষয়ববীয়াই কৰিলে মাস্ক বিতৰণ কৰিলে

মৰাণ,26 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে চাবুৱাতো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত 1 এপ্ৰিলৰ পৰা এই পৰ্যন্ত চাবুৱাত ধৰা পৰিছে প্ৰায় 63 গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি । চাবুৱাৰ মডেল হাস্পতাল সম্প্ৰতি ক'ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হৈছে ।

চাবুৱাত বিজেপিৰ বিষয়ববীয়াৰ মাস্ক বিতৰণ

এনে বিপদৰ সময়তে ৰাইজক সজাগ তথা সচেতন কৰিবলৈ ওলাই আহিছে বিজেপিৰ বুথ কমিটিৰ বিষয়ববীয়াসকল ৷ ব্যৱসায়ীৰ পৰা অট’ চালকলৈ, যাত্ৰীবাহী বাহনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত বাহনৰ গৰাকীলৈ প্ৰতিজনকে বিতৰণ কৰিলে মাস্ক ৷

উল্লেখ্য যে, দেওবাৰে পানীতোলা ব্লক মণ্ডলৰ সভাপতি পুলক সোণোৱাল, অ’বিচি মৰ্চাৰ জিলা সভাপতি মৃদূল ৰাজখোৱা, ডিকম জিলা পৰিষদৰ সদস্য ব্ৰজেন গগৈ, ডিনজয় জিলা পৰিষদৰ সদস্য অমল শইকীয়াই চাবুৱাৰ বিভিন্ন স্থানত মাস্ক বিতৰণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: বন জুয়ে দহিছে মিজোৰামৰ লেইলিংঙক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.