ETV Bharat / state

ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা উপলক্ষে মৰাণৰ বজাৰত ৰাইজৰ ভিৰ

author img

By

Published : Oct 9, 2022, 10:01 PM IST

আজি দেশ তথা ৰাজ্যজুৰি পালন কৰা হ’ব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা (Lakshmi Puja 2022) ৷ ডিব্ৰুগড়ৰ মৰাণতো মা লক্ষ্মী দেৱীৰ পূজা উলহ মালহেৰে পালন কৰিবলৈ পুৱাৰে পৰা পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজে ভিৰ কৰিছেহি বজাৰত ৷

Lakshmi Puja preparation at Moran in Dibrugarh
ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা উপলক্ষে মৰাণৰ বজাৰত ৰাইজৰ ভিৰ

মৰাণ, 9 অক্টোবৰ: আজি দেশ তথা ৰাজ্যজুৰি পালন কৰা হ’ব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা (Lakshmi Puja 2022) ৷ সমান্তৰালকৈ ডিব্ৰুগড়ৰ মৰাণতো মা লক্ষ্মী দেৱীৰ পূজা উলহ মালহেৰে পালন কৰিবলৈ পুৱাৰে পৰা পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজে ভিৰ কৰিছেহি বজাৰত(Lakshmi Puja preparation in Assam) ৷

প্ৰতিকূল বতৰৰ বাবে পূৰ্বতকৈ বজাৰত গ্ৰাহকৰ ভিৰ কম যদিও বহুলোক ওলাই আহিছে পুৱাই পূজাৰ সামগ্ৰী ল'বলৈ (Lakshmi Puja preparation at Moran) । কিন্তু সামগ্ৰীৰ দামে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক ।

কল, নাৰিকলৰ পৰা আৰম্ভ কৰি প্ৰতিটো পূজাৰ সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত সাধাৰণ ৰাইজ সমস্যাত পৰা দেখা গৈছে । তথাপিও ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক পূজা কৰিবলৈ ৰাইজে মৰাণৰ বজাৰত চৰা দামত ক্ৰয় কৰিছে পূজাৰ সামগ্ৰী (Price hike in Assam) ।

লগতে পঢ়ক: কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.