ETV Bharat / state

মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াৰ ৰচনা সম্ভাৰ উন্মোচন - মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াৰ ৰচনা সম্ভাৰ উন্মোচন

মৰাণৰ সাহিত্যকৰ্মী যদু চুতীয়াৰ এখন ৰচনা সম্ভাৰ দেওবাৰে উন্মোচন কৰা হয় । মৰাণৰ বাল্যবিকাশ বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ ডা০ লোহিত কুমাৰ বৰাই ।

মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াৰ ৰচনা সম্ভাৰ উন্মোচন

author img

By

Published : Nov 30, 2020, 6:45 PM IST

মৰাণ, ৩০ নৱেম্বৰ: দেওবাৰে মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াৰ ৰচনা সম্ভাৰ উন্মোচন কৰা হয় । মৰাণৰ বাল্যবিকাশ বিদ্যালয়ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে সাহিত্যিক পেঞ্চনাৰ ডা০ লোহিত কুমাৰ বৰাই 'যদু চুতীয়াৰ ৰচনা সম্ভাৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থখন সম্পাদনা কৰিছে বাল্যবিকাশ বিদ্যালয়ৰ প্ৰধান শিক্ষক ড° স্বপন চুতীয়াই।

মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াৰ ৰচনা সম্ভাৰ উন্মোচন
মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াৰ ৰচনা সম্ভাৰ উন্মোচন

'যদু চুতীয়াৰ ৰচনা সম্ভাৰ'ৰ প্ৰথম খণ্ড উন্মোচন কৰি ডা০ লোহিত কুমাৰ বৰাই কয় যে, 'যদু চুতীয়াৰ সময় উপযোগী লেখাসমূহ অসমীয়া সাহিত্য ভঁ‌ৰাললৈ অনবদ্য অৱদান । উন্মোচনী অনুষ্ঠানটোত মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° যতীন চুতীয়া, বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ চুতীয়া, মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভিলতা চুতীয়া, জ্যেষ্ঠ সাংবাদিক ত্ৰৈলোক্য চেতিয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিৰ্মাণ কৰিলে এখন দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.