ETV Bharat / state

ডিব্ৰুগড়ত শ্ৰী শ্ৰী আউনীআটী সত্ৰ শাখা ৰঙ্গমঞ্চ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ - COVID-19

মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ শাখাৰ চৌহদত এটি নৱ নিৰ্মিত ৰঙ্গমঞ্চ উদ্বোধন কৰি আধ্যাত্মিক আৰু কলা সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা নৱ প্ৰজন্মক গুৰুজনাই প্ৰতিষ্ঠা কৰা পৰম্পৰা অৱগত কৰোৱা আৰু ইয়াৰ মূল্যবোধৰ আধাৰত জীৱন কেনেকৈ শৃংখলবদ্ধ ভাৱে গঢ় দিব পাৰি এই সন্দৰ্ভত আধ্যাত্মিক চেতনা প্ৰদানৰ উদেশ্যৰে এই ৰঙ্গমঞ্চখন কৰ্মশীল কৰি তোলা হ'ব বুলিও মন্তব্য কৰে৷

Inauguration of Sri Sri Aauniati Satra's Theater in Dibrugarh by Sarbananda Sonowal
ডিব্ৰুগড়ত শ্ৰী শ্ৰী আউনীআটী সত্ৰ শাখা ৰঙ্গমঞ্চ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Jun 19, 2020, 10:34 PM IST

ডিব্ৰুগড়,19 জুনঃ বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা পশ্চিমবংগৰ গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শীঘ্ৰে বিতৰ্কিত বুদ্ধিজীৱী গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি শুকুৰবাৰে ডিব্ৰুগড়ত এক অনুষ্ঠানত মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ডিব্ৰুগড়ত শ্ৰী শ্ৰী আউনীআটী সত্ৰ শাখা ৰঙ্গমঞ্চ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ শাখাৰ চৌহদত এটি নৱ নিৰ্মিত ৰঙ্গমঞ্চ উদ্বোধন কৰি আধ্যাত্মিক আৰু কলা সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা নৱ প্ৰজন্মক গুৰুজনাই প্ৰতিষ্ঠা কৰা পৰম্পৰা অৱগত কৰোৱা আৰু ইয়াৰ মূল্যবোধৰ আধাৰত জীৱন কেনেকৈ শৃংখলবদ্ধ ভাৱে গঢ় দিব পাৰি এই সন্দৰ্ভত আধ্যাত্মিক চেতনা প্ৰদানৰ উদেশ্যৰে এই ৰঙ্গমঞ্চখন কৰ্মশীল কৰি তোলা হ'ব বুলিও মন্তব্য কৰে৷ ইপিনে,মহামাৰী COVID-19 ৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ স্বাস্থ্য বিভাগৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আনহাতে,ডিব্ৰুগড় নগৰৰ কাষতে সংঘটিত খহনীয়া ৰোধ কৰাৰ বাবে জলসম্পদ বিভাগক তৎপৰতাৰে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে,উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী সহ বহুসংখ্যক বৈষ্ণৱ ভকত৷সৰ্বমুঠ 1 কোটি 55 লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ শাখাৰ ৰঙ্গমঞ্চ।

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.