ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, বিলু শইকীয়াৰ কাষত জীতেন দত্ত - আলফা

সেনাৰ আতিশয্যৰ বাবে মানসিক বিকাৰগ্ৰস্তৰ জীৱন অতিবাহিত কৰা এজন সশস্ত্ৰ বিপ্লৱী৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, বিলু শইকীয়াৰ কাষত জীতেন দত্ত
author img

By

Published : Apr 7, 2019, 4:04 AM IST

ডিব্ৰুগড়, 7 এপ্ৰিল: সেনাৰ আতিশয্যৰ বাবে মানসিক বিকাৰগ্ৰস্তৰ জীৱন অতিবাহিত কৰা এজন সশস্ত্ৰ বিপ্লৱী৷ আজি কিছুদিন পূৰ্বে ইটিভি ভাৰত অসম যোগে সম্প্ৰচাৰিত হৈছিল ডিব্ৰুগড় জিলাৰ টেঙাখাত নখঙীয়া গাওঁৰ কুম্ভেশ্বৰ হাজৰিকা ওৰফে বিলু শইকীয়া নামৰ এই বিপ্লৱী গৰাকীৰ জীৱন গাঁথা৷ কিদৰে এসময়ৰ সশস্ত্ৰ সংগামীয়ে বিগত 30 বছৰে মহিলাৰ পোছাক পৰিধান কৰি মানসিক বিকাৰগ্ৰস্তৰ জীৱন অতিবাহিত কৰিছে সেই সম্পূৰ্ণ দৃশ্য বন্দী হৈছিল ইটিভি ভাৰতৰ কেমেৰাত৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, বিলু শইকীয়াৰ কাষত জীতেন দত্ত

অৱশেষত আমাৰ এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত কুম্ভেশ্বৰ হাজৰিকাৰ বাসগৃহত উপস্থিত হয় আলফাৰ আলোচনাপন্থী গোটৰ নেতা জীতেন দত্ত৷ আলফাৰ প্ৰতিষ্ঠাকালৰ সদস্য কুম্ভেশ্বৰ হাজৰিকাৰ চিকিৎসাৰ সম্পূৰ্ণ দ্বায়িত্ব গ্ৰহণ কৰে আলফা নেতাজনে৷ উল্লেখ্য যে, মানসিক ভাৰসাম্য হেৰুৱাৰ পাচতো নিজৰ সতীৰ্থ সকলক স্মৰণ কৰিবলৈ সক্ষম হৈছিল বিলু শইকীয়া ৷ লগতে ঘটনাটো পোহৰলৈ অনাৰ বাবে ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে আলফা নেতা গৰাকীয়ে৷

Dib_6april_Etv_Impact_jesim

ONE VISUAL ONE BYTE

:সেনাৰ অতিশয্যাৰ বাবে মানসিক বিকাৰগ্ৰস্তৰ জীৱন অতিবাহিত কৰা ডিব্ৰুগড় জিলাৰ টেঙাখাত নখঙীয়া গাওঁৰ কুম্ভেশ্বৰ হাজৰিকা ওৰফে বিলু শইকীয়া নামৰ এগৰাকী সশস্ত্ৰ বিপ্লৱীৰ জীৱনৰ দুখ দুৰ্দশাৰ বাতৰি আমি  ETV ASSAMএ সম্প্ৰচাৰ কৰিছিলো, কিদৰে এসময়ৰ সশস্ত্ৰ সংগামীয়ে মহিলাৰ পোছাক পৰিধান কৰি মানসিক বিকাৰগ্ৰস্তৰ জীৱন অতিবাহিত কৰিছে বিগত 30 বছৰে।অবশেষত আমাৰ এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত কুম্ভেশ্বৰ হাজৰিকাৰ বাসগৃহত উপস্থিত হয় আলফাৰ আলোচনাপন্থী গোটৰ নেতা জীতেন দত্ত, আলফাৰ প্ৰতিষ্ঠাকালৰ সদস্য কুম্ভেশ্বৰ হাজৰিকাৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰি জীতেন দত্তই ধন্যবাদ জ্ঞাপন কৰিলে  ETV  ASSAM  ক.

BYTE : জিতেন দত্ত 

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.