ETV Bharat / state

ক'ভিড-১৯ক পৰাভূত কৰিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই

ক'ভিডৰ সৈতে যুদ্ধ কৰি পল্লৱ গোপাল ঝা নিজেই আক্ৰান্ত হৈছিল কৰ'ণাত । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা উপাযুক্ত ঝাই ক'ভিড-১৯ ভাইৰাছক সাহসিকতাৰে পৰাভূত কৰে কোভিডক ৷

author img

By

Published : Nov 10, 2020, 8:46 AM IST

ক'ভিড-১৯ক পৰাভূত কৰিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই
ক'ভিড-১৯ক পৰাভূত কৰিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই

মৰাণ,10 নৱেম্বৰঃ ৰাজ্যৰ বহু জিলাৰ তুলনাত ডিব্ৰুগড় জিলাখনত কৰ'ণা আতংকৰ প্ৰভাৱ অধিক আছিল । ক'ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ সৈতে সন্মুখৰ পৰা নেতৃত্ব দিছিল জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । কিন্তু ক'ভিডৰ সৈতে যুদ্ধ কৰি পল্লৱ গোপাল ঝা নিজেই আক্ৰান্ত হৈছিল কৰ'ণাত । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা উপাযুক্ত ঝাই ক'ভিড-১৯ ভাইৰাছক সাহসিকতাৰে পৰাভূত কৰি সোমবাৰৰ পৰা পুনৰ কৰ্তব্যত যোগদান কৰিছে । ক'ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকাৰ সময়চোৱাত তেওঁৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনোৱা সকলো লোকলৈ তেওঁ আন্তৰিক ধন্যবাদ জনাইছে ৷
লগতে চাওকঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.